JISHNU BARUAH

জাংফাই ( 2022 ) : গীতটিৰ আঁৰত
_যিষ্ণু
_ইন্দ্রানী
_নিন্টু পাঠক
_দেৱেশ্বৰ শইকীয়া
_প্ৰদীপ ডেকা


JANGFAI (2022) :
(https://youtu.be/JBGhJRWjuEI?si=Ikxeo...)

The song is a heartfelt expression of love and longing. The lyrics convey a deep emotional connection between the speaker and the person they're addressing. The speaker yearns for the loved one's presence, and their absence is felt deeply.

The song uses beautiful metaphors and imagery to describe the loved one and the emotions they're experiencing. The speaker compares their love to a river that can't be changed, emphasizing the depth and permanence of their feelings.

The song also touches on the pain of separation and the struggle to cope with the distance between the two lovers. The speaker expresses their desire to be with the loved one and make them their own.Overall, the song is a romantic and emotional ballad that captures the intensity of love and longing.

তিনিচুকীয়াৰ জেৰাইগাওঁ, পানীতোলা , বৰুৱাহোলা এনেদৰে বহুকেইখন ঠাইত (এপ্রিল ২২ অত ) বিহুখোলা চাবলৈ গৈছিলো আৰু তেতিয়াই কেইবাটিও পৰম্পৰাগত বিহুনাম সংগ্রহ কৰিছিলো |
এই গীতৰ ("জান ঐ এনে জাৰৰ ৰাতি .......) ছোৱালীৰ কণ্ঠৰ কথাখিনি এইদৰেই সংযোজন কৰিছিলো | মোক সংগ্রহ কৰাত সহায় কৰা ৰীতা, বিপ্লবক ধন্যবাদ জনালো |

আৰু (চহকী দুখীয়া কিহতনো চিনি পাবা... ) এইখিনি মই এনাইৰ পৰা সংগ্রহ কৰা , তেখেতলৈওঁ এই ছেগতে মই প্ৰণিপাত জনালো |

গীতটিৰ স্থায়ীখিনি মই লিখা আৰু সুৰ কৰা |

প্ৰথম অন্তৰাৰ প্ৰথম স্তৱকটি পৰম্পৰাগত কিন্তু সুৰ মোৰ নিজৰ লগতে দ্বিতীয় স্তৱকটিৰ কথা, সুৰ মোৰ নিজৰ |

ছোৱালী কণ্ঠৰ কথা আৰু সুৰ পৰম্পৰাগত |

দ্বিতীয় অন্তৰাৰো প্ৰথম স্তৱকটিৰ কথা আৰু সুৰ পৰম্পৰাগত
আৰু দ্বিতীয় স্তৱকটিৰ কথা, সুৰ মোৰ নিজৰ |

2 months ago (edited) | [YT] | 39