Assamese Fit Talk
নমস্কাৰ 🙏জনাবলৈ বিচাৰিম যে আমাৰ ফালৰ পৰা অনলাইন যোগা প্ৰশিক্ষণ দি থকা হৈছে । আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ শিতান সমূহত বহু ধৰণৰ যোগ শিকোৱা হয়।যেনে Hatha Yoga, Danda Yoga, Yin Yoga, Sculpt Yoga, Face Yoga, Pranayam, Meditation...etc...এই Danda Yoga, Yin Yoga, Sculpt Yoga অসমতেই প্ৰথম । আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যোগাৰ প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰি থকা হৈছে ।আশা ৰাখিছোঁ আপোনালোকেও আমাৰ যোগাৰ এই যাত্ৰাত সহযোগ কৰিব।সময় Yoga for Whole Body (Hatha Yoga, Danda Yoga, Yin Yoga, Sculpt Yoga, Pranayam, Meditation...etc)ৰাতিপুৱা ৬-৭গধূলি ৬-৭সময় Face Yogaগধূলি ৭:৩০-৮:৩০সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক -----WhatsApp no - ৯৭০৬৯৭৪০৩৯ধন্যবাদ 🙏
1 year ago | [YT] | 10
Assamese Fit Talk
নমস্কাৰ 🙏
জনাবলৈ বিচাৰিম যে আমাৰ ফালৰ পৰা অনলাইন যোগা প্ৰশিক্ষণ দি থকা হৈছে ।
আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ শিতান সমূহত বহু ধৰণৰ যোগ শিকোৱা হয়।
যেনে Hatha Yoga, Danda Yoga, Yin Yoga, Sculpt Yoga, Face Yoga, Pranayam, Meditation...etc...
এই Danda Yoga, Yin Yoga, Sculpt Yoga অসমতেই প্ৰথম । আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যোগাৰ প্ৰশিক্ষণ দিয়াৰ চেষ্টা কৰি থকা হৈছে ।
আশা ৰাখিছোঁ আপোনালোকেও আমাৰ যোগাৰ এই যাত্ৰাত সহযোগ কৰিব।
সময় Yoga for Whole Body (Hatha Yoga, Danda Yoga, Yin Yoga, Sculpt Yoga, Pranayam, Meditation...etc)
ৰাতিপুৱা ৬-৭
গধূলি ৬-৭
সময় Face Yoga
গধূলি ৭:৩০-৮:৩০
সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক -----
WhatsApp no - ৯৭০৬৯৭৪০৩৯
ধন্যবাদ 🙏
1 year ago | [YT] | 10