CRAZY MOINA KOLIZA
এগৰাকী মহিলাই ডাক্তৰক ক’লে: মহিলা: “ডাক্তৰ বাবু, আপুনি মোক পৰিক্ষা কৰাৰ সময়ত আপোনাৰ নাৰ্চ গৰাকীকো ভিতৰলৈ আনিব।” ডাক্তৰ (খঙেৰে): “তাৰ মানে আপুনি মোক বিশ্বাস নকৰে, নেকি?” মহিলা: বিশ্বাস কৰো, কিন্তু নাৰ্চ গৰাকীৰ লগত বহি থকা মোৰ স্বামীক হে নকৰোঁ।”🤣🤣🤣
1 week ago | [YT] | 10
CRAZY MOINA KOLIZA
এগৰাকী মহিলাই ডাক্তৰক ক’লে:
মহিলা: “ডাক্তৰ বাবু, আপুনি মোক পৰিক্ষা কৰাৰ সময়ত আপোনাৰ নাৰ্চ গৰাকীকো ভিতৰলৈ আনিব।”
ডাক্তৰ (খঙেৰে): “তাৰ মানে আপুনি মোক বিশ্বাস নকৰে, নেকি?”
মহিলা: বিশ্বাস কৰো, কিন্তু নাৰ্চ গৰাকীৰ লগত বহি থকা মোৰ স্বামীক হে নকৰোঁ।”🤣🤣🤣
1 week ago | [YT] | 10