Tanmoy Saikia

মোৰ জীৱনৰ প্ৰথমটো এলবাম "অলংকাৰ" আপোনালোকৰ মাজলৈ আগবঢ়ায় দিবলৈ প্ৰস্তুত হৈছো। সপোনবোৰ বাস্তৱত পৰিণত কৰিবলৈ আপোনালোকৰ পৰাই উৎসাহ আৰু সাহস পাইছো।অনাগত দিনবোৰৰ দৰেই আপোনালোকৰ মৰম আৰু আশীৰ্বাদ কামনা কৰিলোঁ।

I'm very excited to present you all with my very first debut album "Olongkaar". It's been a big ride for me. Your love and support helped me and kept me motivated to work with undaunted energy. You all really mean a lot to me❤️.
"Olongkaar" is a Love album written on the experiences of falling and rising in love.
I hope you will enjoy this album and I'm sure of your precious support.

#olongkaar

2 years ago | [YT] | 3,985