JISHNU BARUAH

https://youtu.be/PDJhJ8F7UQo?si=jMTsQ... জীৱনটোৰ একা-বেকা পথটোৰে যিমানেই আমি আগবাঢ়িবলৈ ল‌ওঁ, সাহস আৰু অকৃত্ৰিম মৰমৰ তীৰ্থস্বৰূপ আমাৰ মা-দেউতাৰ, আমাৰ প্ৰতি কৰা ত্যাগবোৰ যেন আৰু বেছিকৈ উপলব্ধি কৰোঁ।
তেনেকুৱা এটি অনুভৱ লৈয়ে মোৰ এই গীতটি " দেউতা " আপোনালোকৰ মাজলৈ আগবঢ়াই দিছিলোঁ। আজি মই কৃতাৰ্থ, এই গীতটিয়ে 50k+ views লভিলে। মোৰ এই গীতটিৰ প্ৰতিজন শ্ৰোতালৈ মোৰ প্ৰণিপাত🙏। মোৰ আহি থকা গীতকেইটিকো এইদৰে নিজৰ কৰি লয় যেন❤️।

1 month ago | [YT] | 19