Maitrayee Patar Official

মোৰ বাবে স্বাধীনতাৰ অৰ্থ স্বাৱলম্বিতা তথা পৰিচয়ৰ স্বাধীনতা। মই ক্ৰমে মানুহ, নাৰী, তিৱা, অসমীয়া, ভাৰতীয় আৰু এই বৰণীয়া পৃথিৱীৰ দায়িত্বশীল বাসিন্দা। মোৰ মৰমৰ সকলো ভাৰতীয়লৈ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ।🌿

To me independence is about self-dependence and the freedom of identity. Happy 79th Independence Day to my fellow Indians.💚🤍🧡

4 months ago | [YT] | 610