Evolution to success

আজিও মই বিশ্বাসয়ে কৰিব পৰা নাই আপুনি যে নাই।জুবিন দা আপোনাক বহুত miss কৰিম💔। ভাবিছিলো কিবা এটা কৰি আপোনাক লগ কৰিব যাম,proud feel কৰাম। আপুনি সদায় অমৰ হৈ থাকিব আৰু আপোনাক proud feel কৰাময়ে। প্ৰত্যেক অনুৰাগীয়ে কিবা এটা কৰি মৰমৰ জুবিন দাক proud feel কৰাই যেন❤️🙏🏽🙏🏽🙏🏽

2 weeks ago | [YT] | 1