SR VLOGS MAINU

মই এই কেইদিন ভিদিঅ দিয়া নাই। দেশৰ অবস্থা নিউজত চাই মন একেবাৰেই বেয়া। যি সকলে ভিদিঅ দিবলৈ request কৰিছে।তেওঁলোকে যাতে বেয়া নাপাই। মই লাহে লাহে আপোনালোকৰ request ভিদিঅ দিম।আপোনালোকে ইমান মৰম আৰু উৎসাহ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জনালো।এনেদৰেই মোক মৰম আৰু আশীৰ্বাদ কৰি যাব।
ধন্যবাদ 🙏🙏🙏🙏🙏

4 months ago | [YT] | 18