নমস্কাৰ মোৰ Vlogs চাবলৈ channel tu Subscribe কৰক


Telsura vlogs

আপোনালোক সকলোকে অনুৰোধ কৰিছো—পাৰিলে যিকোনো প্ৰকাৰে অৰিহণা যোগাব। কোনো সহায় বৰ সৰু নহয়। আমাৰ প্ৰত্যেকৰে পৰা অলপ অলপকৈ যিসকলৰ আটাইতকৈ প্ৰয়োজন তেওঁলোকৰ বাবে সঁচাকৈয়ে অৰ্থপূৰ্ণ কিবা এটা হ’ব পাৰে।
এই মুহূৰ্তত সমগ্ৰ অসমৰ হাজাৰ হাজাৰ পৰিয়ালে হেৰুৱাইছে ঘৰ-দুৱাৰ, নিজৰ সামগ্ৰী, আৰু ইমান কষ্ট কৰি নিৰ্মাণ কৰা সকলো বস্তু। বহুতে খাদ্য, বিশুদ্ধ পানী আৰু শুবলৈ নিৰাপদ ঠাই বিচাৰি সংগ্ৰাম কৰি আছে।

6 days ago | [YT] | 333

Telsura vlogs

আপোনাৰ মনত কিবা প্ৰশ্ন আছে তেন্তে মোক Comment কৰি সুধিব, আৰু মই ভিডিঅ এটা বনাই উত্তৰ দিম। ❤️ মোক যিকোনো কথা সুধিব পৰে! 💬 ‪@TelsuraVideo123‬ ‪@Telsura1‬

2 weeks ago | [YT] | 709

Telsura vlogs

Jai ma Kamakhya ❤️

4 months ago | [YT] | 1,543

Telsura vlogs

মানি ল'ব বৰ টান হৈছে ! বহুত বহুত বেয়া লাগিছে ! মৰ্মান্তিক সময় ! 😭 ! তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ...

10 months ago | [YT] | 1,795

Telsura vlogs

Thank you for all the love & support✨🏆

11 months ago | [YT] | 718

Telsura vlogs

Vlogs ahi ase raijj …. 2din man rokhi diok ❤️

1 year ago | [YT] | 1,513

Telsura vlogs

সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ তথা অসমীয়া নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। দিনবোৰ সকলোৰে ভাল হওঁক।

1 year ago | [YT] | 1,960

Telsura vlogs

Video দিবা লাগব নেকি হে 😊

2 years ago (edited) | [YT] | 3,879

Telsura vlogs

Meghalay r vlog tu Sale ne

2 years ago | [YT] | 2,565