MANASH JYOTI AXOM

This is All Categories Channel

Hii.... Hello... Viewers মোৰ চেনেলটোলৈ নমস্কাৰ...
🙏
About Me :
My name is Manash Jyoti Bora.
MJ Full from: ManashJyoti Axom.
This is Assamese Vlog Channel..

:::::::::::::::::::::::::::::::::::::::::::::::::::

For any business queries and collaboration Mail ID👇:
manasjyotiofficial@gmail.com
________________

Me On facebook: Manash Jyoti Bora

Me On Instagram: mjmanashasm
_________________

About Channel:

"This is an indigenous Channel of North East_Assam...here I try to depict and showcase my beloved Mother land Assam in very lucid and vivid manner such that it will partially help to develop our tourism industry...and I will be delighted if my small effort brings a little change to the growth and development of our Amazing Assam....hope you will like my videos and subscribe and shares all around the globe such that this vibration creates a Symphony of love,unity and integrity to enhance the humanity.."
____________________
#জয় আই অসম🙏


MANASH JYOTI AXOM

এইবাৰ ভোগালী ২০২৬

5 minutes ago | [YT] | 1

MANASH JYOTI AXOM

ফটুৱামিৰো এটা সীমা থাকে 🤒

8 hours ago | [YT] | 69

MANASH JYOTI AXOM

সুপ্ৰভাত সকলোলৈ ।। জয় অগ্নিনাভ বাবা 🙏🙏🙏

15 hours ago | [YT] | 51

MANASH JYOTI AXOM

কাৰোবাক নতুন কাপোৰ চিলোৱা মেচিন (ফটোত দেখুওৱা দৰে) লাগিলে অথবা এনেধৰনৰ মেচিনৰ যিকোনো অংশ (Parts) লাগিলে মোৰ লগত Cantact কৰিব (Facebook/Whatsapp)।
আজি কালি এটা এনেধৰনৰ সাধাৰণ মেচিনৰ দাম হ'লগৈ ১০ পৰা ১২/১৩ হাজাৰ পৰ্যন্ত । যদি মোৰ পৰা সেই মেচিন (NEW) লয় তেন্তে কিছু শতাংশ কমত পাব যিটো আপুনি দোকানত বেছিকৈ ২৫০০ পৰা ৩৫০০ টকা পৰ্যন্ত দি থৈ আহে।
এতিয়া আৰু তেনেকৈ বেছিকৈ পইছা দি অহা কোনো দৰকাৰ নাই, আপোনাৰ যদি এনেধৰনৰ মেচিন প্ৰয়োজন আছে আৰু কিনিম ভাবিছে তেন্তে মোৰ লগত যোগাযোগ কৰক আৰু লৈ যাওঁক অতি কম মূল্যতে সেই মেচিন আৰু লাভ কৰক ২বছৰ পৰ্যন্ত ৱাৰেণ্টি সৈতে। (USHA & SATYAM Brand)

যোগাযোগৰ বাবে আপুনি মোক তলৰ দিয়া লিংকত ক্লিক কৰি মোৰ লগত কথা পাতিব পাৰিব!👇
https://wa.me/919678588164

Location: JORHAT

(গোটেই কথা খিনি পঢ়ি মোৰ লগত কথা পাতিব যদি আপুনি খাটাং লয়,নহলে মিছাতে অপোনাৰ লগতে মোৰ সময় অপচয় নকৰিব)
ধন্যবাদ 🙏
*Wholesale of All Types of Sewing Machine
Sv, 103K, 130K ZigZag Machine, Overlock, Beg Closer Etc.

@ManashJyotiAxom

20 hours ago (edited) | [YT] | 7

MANASH JYOTI AXOM

২০২৫ বৰ্ষৰ আটাইতকৈ বেয়া খবৰটো 😥😥 ।।

1 week ago | [YT] | 787

MANASH JYOTI AXOM

দেখা মাত্ৰেই কমেন্ট কৰিব || মাথোঁ আমাক অতি সোনকালে জুবিন দাৰ ন্যায় লাগে 🙏
#JusticeForZubeenGarg
#Joy_Aai_Axom

1 week ago | [YT] | 1,205

MANASH JYOTI AXOM

সঁচাকৈ আমাৰ অসমৰ কিছুমান মানুহ ইমান কিয় বাৰু হিংসা। কোনোবাই উন্নতি কৰাও দেখিব নোৱাৰে । নাপাই দেই এইবিলাক কৰিব ।। এইয়াই আমাৰ মানৱ সমাজ।।
আজি জুবিন দা থকা হ'লে মাত মাতিলে হেতেন কাৰণ তেওঁ গছ-গছনি, চৰাই-চিৰিকতি বহুত ভাল পাইছিল । বহুত বেয়া লাগিল খবৰ টো শুনি নাপাই দেই 😥😥

1 week ago | [YT] | 65

MANASH JYOTI AXOM

বাকী বিচৰা সকলৈ এফাঁকি কবিতা
#copy
‪@ManashJyotiAxom‬

2 weeks ago | [YT] | 52

MANASH JYOTI AXOM

এজনে টকা ধাৰ খুজিবলৈ আহিছিল। মই কলো,আগতে চাহ খাই লওক,তাৰ পিছত কথা পাতি আছো ৰ'ব 😐

2 weeks ago | [YT] | 23

MANASH JYOTI AXOM

🥹🥹🥹🥹

2 weeks ago | [YT] | 1,338