মোৰ পোনপ্ৰথম পৰিচয় "মই অসমীয়া"।। জীৱশৈলীৰ ঘাট প্ৰতিঘাট সমূহ হাঁহি আৰু আনন্দময় কৰি তোলাৰ এটি মাথোঁ সৰু প্ৰয়াস।।
প্ৰতিদিনে আহি থকা নতুন নতুন তথ্যসমূহ আপোনালোকৰ আগত অৱগত কৰিম।।
সমাজত চলি থকা নানা ধৰণৰ কাহিনীৰ লগতে প্ৰতিটো ঘটনাৰ উমান পাব মোৰ video সমূহৰ জৰিয়তে।।
আহকচোন মোৰ video বোৰ মাজলৈ যাওঁ।।
"Moi PRIYANKU"
Moi PRIYANKU
Civil defence volunteer, jorhat QRT Training centre
1 month ago | [YT] | 6
View 2 replies
Moi PRIYANKU
অৱশেষত জিকিলোঁ....
Finally #T20WorldCup2026
#trophy লৈ ললোঁ তৃতীয় বাৰলৈ।।
মই প্ৰথমেই কৈছিলোঁ।।
#T20WorldCup
#trophy
1 month ago | [YT] | 1
View 0 replies
Moi PRIYANKU
256 Run 🎯 target ৰ মুখামুখি কৰাটো ইমান সহজ নহয়
ভাই....
আগতেই কৈ দিছোঁ
আৰু 3 নম্বৰ বাৰ T20 world cup winner 🏆 হিচাপে লিখি ৰাখক আৰু..
🙏🙏🎉🤫🤫
INDIA
#T20WORLDCUP2026
#WINNER
#2026
@MoiPRIYANKU
1 month ago | [YT] | 2
View 0 replies
Moi PRIYANKU
খেল চাই কেনে পালে। ফাইনেলত প্ৰৱেশ
ভাৰত
কিন্তু সহজ নাছিল!
T20 world cup 2026
Congratulations 🎉 team India 🥹
1 month ago | [YT] | 1
View 0 replies
Moi PRIYANKU
আজি ঘোষণা হোৱা APSC পৰীক্ষাৰ ফলাফল আজিয়েই বাতিল।
APSC কেৱল এটা পৰীক্ষাৰ নাম নহয়। এটা সপোন, দীৰ্ঘদিনীয়া ত্যাগ, কষ্ট, সাধনাৰ নাম। ইয়াত গাফিলতি হোৱা মানে নৱ প্ৰজন্মৰ সপোনবোৰ ধ্বংস কৰা, নিঃশেষ কৰা।
সাৱধান এটা ভুলেই সকলো শেষ কৰিব পাৰে।।
গাফিলতি কাৰ....;
যদি হয় ভাৱে shere কৰিব।।
@MoiPRIYANKU
2 months ago | [YT] | 2
View 0 replies
Moi PRIYANKU
অহা কাইলৈ হবলগীয়া হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰত্যেকে গৰাকী পৰীক্ষাৰ্থী লৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ALL THE BEST CANDIDATE'S HSLC EXAMINATIONS 2026👍👍
🥰🥰
@MoiPRIYANKU
2 months ago | [YT] | 3
View 0 replies
Moi PRIYANKU
Commnet this photo.....
2 months ago | [YT] | 2
View 0 replies
Moi PRIYANKU
Enjoying this movement.....
@MoiPRIYANKU
2 months ago | [YT] | 3
View 0 replies
Moi PRIYANKU
আমিও নিশাচৰ......
#posts
#2026
@MoiPRIYANKU
3 months ago | [YT] | 4
View 1 reply
Moi PRIYANKU
আজি গণতন্ত্ৰ দিৱস।।
আমি হয়টো সকলোৰে জানোয়েই ।কিয় পালন কৰোঁ
হয়টো সকলোৱে অৱগত ।
আজি দিনটোৰ বিশেষ আছিল নহয় নে.....
২৬ তাৰিখ ২৬ দিন আৰু ২৬ চন নহয়নে......
@MoiPRIYANKU
3 months ago | [YT] | 1
View 0 replies
Load more