Hello frnds,
I am Bina Dutta. মোৰ vlogs Chan̈nel Bina dutta, আপোনালোকে মোৰ channel লত cooking video সকলো ধৰণৰ food Recipe চাবলৈ পাব |যদি কিবা সুধিব লগিয়া থাকে please comment কৰি জনাব |আৰু লগতে মোৰ channel টো subscribe কৰি দিব please 🙏 মোক আপোনালোকে সহায় কৰিব |please please 🙏


Joined
7july 2023p


Bina Dutta

Good morning friend's 😍

10 hours ago | [YT] | 12

Bina Dutta

Good evening friends 🧡 moi আজি jammu জাব উলাইছো ,,আশিৱাদ কৰিব ভালে কুশলে ঘুৰি আহিবলৈ

1 month ago | [YT] | 28

Bina Dutta

জাম জুবিন দা তোমাৰ চিনেমা চাবলৈ ,,তোমাক বহুত মিছ কৰি আছো 😭😭সু,,প্ৰভাত,,মৰমৰ বন্ধু বান্ধৱী সকল ,,,,💞💞

1 month ago | [YT] | 16

Bina Dutta

Good morning my dear friends 🧡

1 month ago | [YT] | 25

Bina Dutta

ভবাৰ দৰেই মোৰ জিৱনত একোৱেই নাপালো ,,নাজানো
মই বেয়া নে মোৰ ভাগ্যখন ,,,সু,,প্ৰভাত,,সকলোলৈকে ,,,,💞💞

1 month ago | [YT] | 24

Bina Dutta

Good morning my dear friends 🧡

1 month ago | [YT] | 14

Bina Dutta

Good morning youtube family 🤩
সকলোলৈকে কাতি বিহুৰ শুভেচ্ছাৰ থাকিল অনাগত দিনবোৰ যেন সকলোৰে ভাল হওক তাৰ কামনাৰে ,, ,মই বীনা ,,দও 💞💞

1 month ago | [YT] | 26

Bina Dutta

মহাদেৱে আমাক শিকাই,,,,,ধ্বংস মানে শেষ নহয় ,,,,,,
ই এক নতুন আৰম্ভনি মাএ ,,,,,,তেওঁৰ দৰ্শন অনুসৰি ,ধ্বংস হৈছে সৃষ্টিৰ এক অংশ |,,, যি শেষ হয় ,তাৰ পৰা জন্ম লয় নতুন ৰূপ ,,,, ,নতুন শক্তি আৰু নতুন আশা ,,,,,যেন ৰাতিৰ অন্তত উদয় হয় এক নতুন প্ৰভাত ,,,,,💞💞💞💞🙏🏿🙏🏿হৰ হৰ মহাদেৱ,,,,,

2 months ago | [YT] | 19

Bina Dutta

Good morning friends 🧡 সকলোৰে দিনতো ভালে কুশলে পাৰ হওক ,,,,🩷আজি ৰাতিপুৱাই এটা ভাল খবৰ
দিব আহিলো ,,,,🩷মোৰ youtube ৰ পৰা প্ৰথম পয়ছা সোমাল,,,,,এইয়া অকল আপোনালোকৰ মৰমৰ বাবে
🩷 ,,সম্ভৱ হল ,,,সকলোকে অন্তৰৰ পৰা বহুত ধন্যবাদ,,,,💞ইমান মৰম আৰু মোক support কৰি আগবাঢ়হাই লৈ যোৱা বাবে ,,,,,💞 ,,
আৰু যি সকলে মোক super chat কৰিছিল আৰু members ship লৈছিল সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ ,,,,,💞💞,,,মই আজি কাৰো নাম নলও যিহেতু যদি কাৰোবাৰ নাম থাকি যায় মনত বহুত কষ্ট পাব
এনেকৈ ধন্যবাদ জনোৱা বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিলো 💞🙏🏿,,,
মানুহৰ ওচৰত পয়ছা সদায় থাকে কিন্ত এই পয়ছা টো অনুভৱ বহুত বেলেগ ,,,,অন্তৰৰ পৰা পোৱা এটা,,,,বেলেগ ধৰনৰ অনুভৱ ,,,,,মই সপোনতো কল্পনা কৰা নাছিলো যে
মই youtube ৰ পৰা পয়ছা পাম ,,, এটা নভবা সপোন ,,,,💞
Youtube বে বহুত friends 🧡 দিলে হয়তু এই জনমত কেতিয়াও নাপালো হতেন ,,,,thank you youtube ♥️ মোক ইমান মৰম কৰা friends 🧡 দিয়াৰ বাবে ,,,,
বহুত কিবা লিখিব মন আছিল হয়তু আপোনালোকে পঢি
আমনি পাব ,,,সদায়ে এনেদৰে মৰম দি আগুৱাই লৈ জাব বুলি
আশা কৰিলো ,,,💞💞💞 বাই,,,ধন্যবাদ,,💞🙏🏿
Thank you so much my dear friends 🧡
Thank you so much youtube 💞

2 months ago | [YT] | 22

Bina Dutta

Good morning 💓 all my friends 🧡 Happy Durag Puja 🩷🩷,,
পৃথিৱীৰ আটাইতকৈ সস্তীয়া বস্তূ হৈছে উপদেশ,,,,এজনক
বিচাৰিলে হাজাৰ জনে দিব ,,,,,আৰু আটাতকৈ কঠিন বস্তূ
হৈছে সহায় ,,,হাজাৰ জনক বিচাৰিলো এজনৰ পৰাহে পোৱা যায় ,,,,,,by ,🙏🏿🙏🏿🩷🩷

2 months ago | [YT] | 20