The Backbenchers
"দেৱালৰ পৰা জুবিন দাক মচিলে, মনৰ পৰা মচিব পাৰিব জানোঁ?"#JusticeForZubeenGarg
1 month ago | [YT] | 6
View 0 replies
"এখন বেকবেঞ্চত বহি"❤️"বহুজনৰ স্বপ্নস্বৰূপ এটি উচ্চ পদবীৰ চৰকাৰী চাকৰি এৰি শিক্ষকতাৰ বৃত্তিৰে নিজকে প্ৰতিষ্ঠা কৰি ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ শিক্ষা প্ৰদান কৰি চৰ্চাত থকা এগৰাকী যুৱ শিক্ষক ৰামানুজ গোস্বামী শেহতীয়াকৈ The Backbenchers ৰ এটি Podcast ত অতিথি হিচাপে উপস্থিত থাকে"#thebackbenchers #AssamesePodcast #assam
5 months ago | [YT] | 13
🚨"The Backbenchers" ৰ অন্যতম এটি খণ্ডৰ অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছিল তৰুণ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় এটি সংগীতৰ বিভাগ, ৰেপ সংগীতৰ অসমৰ প্ৰেক্ষাপটৰ চৰ্চিত এগৰাকী ৰেপাৰ "মিনিমি"। 📌অসমত ৰেপ সংগীতক মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰা মিনিমিয়ে অৱদান আগবঢ়াইছে, প্ৰাণৰ শিল্পী "জুবিন গাৰ্গৰ", চিকাৰ ছবিত মিনিমিয়ে জুবিন গাৰ্গৰ সৈতে দ্বৈত সংগীত গাইছে, তদুপৰি ব্যতিক্ৰম ছন্দ, কথা, শব্দৰ যোগেদি অসমৰ ৰেপ সংগীতক আৰু এঢাপ আগুৱাই নিয়াৰ প্ৰচেষ্টা এই তৰুণ শিল্পী গৰাকীয়ে কৰি আহিছে। গতিকে এটি অতি ব্যতিক্ৰম আৰু নতুন সোৱাদৰ খণ্ড আগবঢ়াই দিম, আপোনালোকে পূৰ্বৰ খণ্ড কেইটাৰ দৰেই মৰম দিব বুলি আমি আশাবাদী।#thebackbenchers #Assamesepodcast#AssamPartha Patim Sonowal Jeet Ankur Debojit Saikia
7 months ago | [YT] | 17
🚨The Backbenchers ৰ অন্যতম এটি Podcast ৰ খণ্ডত আমাৰ সৈতে উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান সময়ৰ এগৰাকী যুৱ সমাজকৰ্মী শংকৰজ্যোতি বৰুৱা। 📌এই খণ্ডত শংকৰজ্যোতি বৰুৱাৰ ভৱিষ্যত পৰিকল্পনা, দুলীয়াজান বিধান সভা সমষ্টিৰ বিভিন্ন সমস্যা, জাতীয়তাবাদ, আঞ্চলিকতাবাদ, শিক্ষা,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়,বিশ্ববিদ্যালয় জীৱন, আছুৰ মজিয়াত থাকোতে হোৱা বিতৰ্ক, হেণ্ডকাফ প্ৰসংগ, জেইলৰ অভিজ্ঞতা, চাহবাগিছাৰ জনজীৱন, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আদি সম্পৰ্কে প্ৰশ্ন কৰোঁ আৰু বিষয় সমূহ আলোকপাত কৰোঁ।📌এই খণ্ডটি আমি কাইলৈ আবেলি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম।আশাকৰোঁ The Backbenchers ৰ পূৰ্বৰ খণ্ডকেইটাৰ দৰে এইখণ্ডটিকো মৰম দিব আৰু আমাক পৰামৰ্শৰে উজ্জ্বীৱিত কৰিব।#TheBackbenchers #AssamesePodcast #JusticeForZubeenGarg Sankor Jyoti Baruah
8 months ago | [YT] | 48
View 1 reply
🚨মঞ্জু বৰা-প্ৰচাৰবিমুখ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক,যাৰ প্ৰথমখন চলচ্চিত্ৰই (বৈভৱ,১৯৯৯) আজুৰি আনিছিল ৰাষ্ট্ৰীয় বঁটা৷বিভিন্ন জাতি-জনগোষ্ঠীৰ বাস্তৱিক প্ৰতিচ্ছবি চলচ্চিত্ৰৰ যোগেদি দাঙি ধৰা "মঞ্জু বৰা"বাইদেউৱে #৮টাকৈ ৰজত কমল বঁটাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰে অসমীয়া চলচ্চিত্ৰ জগতক চহকী কৰি তুলিছে৷এইগৰাকী চলচ্চিত্ৰ পৰিচালক এতিয়াও প্ৰচাৰবিমুখ!বিশেষকৈ উঠি অহা প্ৰজন্মই জানিব লাগে,বুজিব লাগে তেওঁৰ কৰ্মৰাজি৷স্বনামধন্য এইগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালকৰ সৈতে আহি আছে আমাৰ এটি বিশেষ খণ্ড৷চাই থাকিব The Backbenchers03 ❤️🙏#AssamesePodcast #thebackbenchers #podcast
8 months ago | [YT] | 40
📌প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সংগীত, গীতি সাহিত্য ভৱিষ্যত প্ৰজন্মৰ মাজতো অসাধাৰণ, অদ্বিতীয় হৈ থাকিব- ড০ মৈত্ৰেয়ী পাটৰ।📌তেজপুৰ বিশ্ববিদ্যালয় অসমৰ অন্য বিশ্ববিদ্যালয় সমূহৰ দৰে ছাত্ৰ ৰাজনৈতিকভাৱে সক্ৰিয় নহয় কিয়?📌তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদ কৰিবলৈ গৈ কিয় Monaco বিস্কুট খাই ঘূৰি আহিবলগীয়া হৈছিল?📌চৰকাৰৰ মিঠাতেলৰ ৰাজনীতিক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ড০ মৈত্ৰেয়ী পাটৰে!📌কি নতুন পৰিকল্পনা আছে ড০ মৈত্ৰেয়ী পাটৰৰ?🚨নবীন - প্ৰবীণ প্ৰতিটো প্ৰজন্মক নিজৰ সৃষ্টিশীলতাৰ যোগেদি আপ্লুত কৰা কন্ঠশিল্পী,সু- গীতিকাৰ, সুৰকাৰ ড০ মৈত্ৰেয়ী পাটৰ। আজি সন্ধিয়া ৬.০১ মিনিটত সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ নাপাহৰিব। Full video link👇 https://youtu.be/ORADX7thh-I#thebackbenchers #JusticeForZubeenGarg
8 months ago | [YT] | 61
The Backbenchers
"দেৱালৰ পৰা জুবিন দাক মচিলে, মনৰ পৰা মচিব পাৰিব জানোঁ?"
#JusticeForZubeenGarg
1 month ago | [YT] | 6
View 0 replies
The Backbenchers
"এখন বেকবেঞ্চত বহি"❤️
"বহুজনৰ স্বপ্নস্বৰূপ এটি উচ্চ পদবীৰ চৰকাৰী চাকৰি এৰি শিক্ষকতাৰ বৃত্তিৰে নিজকে প্ৰতিষ্ঠা কৰি ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞানৰ শিক্ষা প্ৰদান কৰি চৰ্চাত থকা এগৰাকী যুৱ শিক্ষক ৰামানুজ গোস্বামী শেহতীয়াকৈ The Backbenchers ৰ এটি Podcast ত অতিথি হিচাপে উপস্থিত থাকে"
#thebackbenchers
#AssamesePodcast
#assam
5 months ago | [YT] | 13
View 0 replies
The Backbenchers
🚨"The Backbenchers" ৰ অন্যতম এটি খণ্ডৰ অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছিল তৰুণ প্ৰজন্মৰ মাজত অতি জনপ্ৰিয় এটি সংগীতৰ বিভাগ, ৰেপ সংগীতৰ অসমৰ প্ৰেক্ষাপটৰ চৰ্চিত এগৰাকী ৰেপাৰ "মিনিমি"।
📌অসমত ৰেপ সংগীতক মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত আৰম্ভণিৰে পৰা মিনিমিয়ে অৱদান আগবঢ়াইছে, প্ৰাণৰ শিল্পী "জুবিন গাৰ্গৰ", চিকাৰ ছবিত মিনিমিয়ে জুবিন গাৰ্গৰ সৈতে দ্বৈত সংগীত গাইছে, তদুপৰি ব্যতিক্ৰম ছন্দ, কথা, শব্দৰ যোগেদি অসমৰ ৰেপ সংগীতক আৰু এঢাপ আগুৱাই নিয়াৰ প্ৰচেষ্টা এই তৰুণ শিল্পী গৰাকীয়ে কৰি আহিছে।
গতিকে এটি অতি ব্যতিক্ৰম আৰু নতুন সোৱাদৰ খণ্ড আগবঢ়াই দিম, আপোনালোকে পূৰ্বৰ খণ্ড কেইটাৰ দৰেই মৰম দিব বুলি আমি আশাবাদী।
#thebackbenchers
#Assamesepodcast
#Assam
Partha Patim Sonowal
Jeet Ankur
Debojit Saikia
7 months ago | [YT] | 17
View 0 replies
The Backbenchers
🚨The Backbenchers ৰ অন্যতম এটি Podcast ৰ খণ্ডত আমাৰ সৈতে উপস্থিত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান সময়ৰ এগৰাকী যুৱ সমাজকৰ্মী শংকৰজ্যোতি বৰুৱা।
📌এই খণ্ডত শংকৰজ্যোতি বৰুৱাৰ ভৱিষ্যত পৰিকল্পনা, দুলীয়াজান বিধান সভা সমষ্টিৰ বিভিন্ন সমস্যা, জাতীয়তাবাদ, আঞ্চলিকতাবাদ, শিক্ষা,প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়,বিশ্ববিদ্যালয় জীৱন, আছুৰ মজিয়াত থাকোতে হোৱা বিতৰ্ক, হেণ্ডকাফ প্ৰসংগ, জেইলৰ অভিজ্ঞতা, চাহবাগিছাৰ জনজীৱন, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আদি সম্পৰ্কে প্ৰশ্ন কৰোঁ আৰু বিষয় সমূহ আলোকপাত কৰোঁ।
📌এই খণ্ডটি আমি কাইলৈ আবেলি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম।আশাকৰোঁ The Backbenchers ৰ পূৰ্বৰ খণ্ডকেইটাৰ দৰে এইখণ্ডটিকো মৰম দিব আৰু আমাক পৰামৰ্শৰে উজ্জ্বীৱিত কৰিব।
#TheBackbenchers
#AssamesePodcast
#JusticeForZubeenGarg
Sankor Jyoti Baruah
8 months ago | [YT] | 48
View 1 reply
The Backbenchers
🚨মঞ্জু বৰা-প্ৰচাৰবিমুখ এগৰাকী যশস্বী চলচ্চিত্ৰ পৰিচালক,যাৰ প্ৰথমখন চলচ্চিত্ৰই (বৈভৱ,১৯৯৯) আজুৰি আনিছিল ৰাষ্ট্ৰীয় বঁটা৷বিভিন্ন জাতি-জনগোষ্ঠীৰ বাস্তৱিক প্ৰতিচ্ছবি চলচ্চিত্ৰৰ যোগেদি দাঙি ধৰা "মঞ্জু বৰা"বাইদেউৱে #৮টাকৈ ৰজত কমল বঁটাকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰে অসমীয়া চলচ্চিত্ৰ জগতক চহকী কৰি তুলিছে৷
এইগৰাকী চলচ্চিত্ৰ পৰিচালক এতিয়াও প্ৰচাৰবিমুখ!বিশেষকৈ উঠি অহা প্ৰজন্মই জানিব লাগে,বুজিব লাগে তেওঁৰ কৰ্মৰাজি৷স্বনামধন্য এইগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালকৰ সৈতে আহি আছে আমাৰ এটি বিশেষ খণ্ড৷চাই থাকিব The Backbenchers03 ❤️🙏
#AssamesePodcast
#thebackbenchers
#podcast
8 months ago | [YT] | 40
View 0 replies
The Backbenchers
📌প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সংগীত, গীতি সাহিত্য ভৱিষ্যত প্ৰজন্মৰ মাজতো অসাধাৰণ, অদ্বিতীয় হৈ থাকিব- ড০ মৈত্ৰেয়ী পাটৰ।
📌তেজপুৰ বিশ্ববিদ্যালয় অসমৰ অন্য বিশ্ববিদ্যালয় সমূহৰ দৰে ছাত্ৰ ৰাজনৈতিকভাৱে সক্ৰিয় নহয় কিয়?
📌তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদ কৰিবলৈ গৈ কিয় Monaco বিস্কুট খাই ঘূৰি আহিবলগীয়া হৈছিল?
📌চৰকাৰৰ মিঠাতেলৰ ৰাজনীতিক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ড০ মৈত্ৰেয়ী পাটৰে!
📌কি নতুন পৰিকল্পনা আছে ড০ মৈত্ৰেয়ী পাটৰৰ?
🚨নবীন - প্ৰবীণ প্ৰতিটো প্ৰজন্মক নিজৰ সৃষ্টিশীলতাৰ যোগেদি আপ্লুত কৰা কন্ঠশিল্পী,সু- গীতিকাৰ, সুৰকাৰ ড০ মৈত্ৰেয়ী পাটৰ। আজি সন্ধিয়া ৬.০১ মিনিটত সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ নাপাহৰিব।
Full video link👇 https://youtu.be/ORADX7thh-I
#thebackbenchers
#JusticeForZubeenGarg
8 months ago | [YT] | 61
View 1 reply