Satyajit Morang
আপোনালোকৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই বছৰ মুক্তি পাবলগীয়া মিচিং বোলছবি TANI:AO 2 ৰ প্ৰথমটি গান "RIMJHIM" ৰ অফিচিয়েল পোষ্টাৰখনি আজি আপোনালোকলৈ আগবঢ়োৱা হ’ল!🙏🏻🗓️ অফিচিয়েল ভিডিঅ’ মুক্তি পাব: দেওবাৰ, ৯ আগষ্ট (9th August, Sunday) Satyajit Morang Youtube Channel ত উপভোগ কৰিব পাৰিব ❤️এই সুন্দৰ প্ৰচেষ্টাক বাস্তৱৰ ৰূপ দিয়া সকলোলৈ আমাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা:🎬 Maa Anjali Film Production🎬 Se:di Melo Cine Production🎬 ADP Production 🎬 Dream Rhythms Film Production তাৰোপৰি Tani:Ao 2 আৰু এই গীতটিৰ আঁৰত দিনে-নিশাই একাগ্ৰতাৰে কাম কৰা আমাৰ মৰমৰ শিল্পীসকল, পৰিচালক, কৰিয়গ্ৰাফাৰ, এডিটৰ, কাৰিকৰী দল, মেক-আপ আৰ্টিষ্ট আৰু সমগ্ৰ টিমলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ! 🙏🏻#TaniAo2 #Rimjhim #SongPoster #Upcomingmovie
2 weeks ago | [YT] | 2,097
View 8 replies
শুভ মুক্তি https://youtu.be/_BhnPtJQInQShare it pleaseসমূহ ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আজি আমাৰ "AIPÉ MÉ:NAMOI" গীতটিৰ ভিডিঅটি আপোনালোকৰ মাজলৈ আগবঢ়ায় দিয়া হ'ল। আশা কৰোঁ আপোনালোক সকলোৱে গীতটি মৰমেৰে আকোঁৱালি ল'ব।।
3 years ago | [YT] | 318
View 4 replies
🙏🙏My Sister Vlog Video, Hokolue aber sabo ,lgote Subscribe, tu Kori DBO..
3 years ago | [YT] | 98
View 1 reply
জীৱন এক যুঁজ জীৱনেই শিকাই প্ৰতিটো মুহূৰ্তত সুখ ,দুখ,কষ্ট আশা,নিৰাশা আৰু জয়, পৰাজয় ৰ সোৱাদ ৷ পৰাজয় হলেও কেতিয়াও হতাশ হোৱা নাই ৷ জীৱনৰ প্ৰতিটো মুহূৰ্ততে যুঁজিবলৈ সাজু আছোঁ ৷
4 years ago | [YT] | 1,654
View 12 replies
https://youtu.be/55ibocW0y_APlease Like, comments, share & subscribe ❤️❤️❤️🙏🙏
4 years ago | [YT] | 2,216
View 7 replies
প্ৰিয় সতীৰ্থ বৃন্দ, নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক আপোনাসৱক জনাব পাই সুখী হৈছো যে আমাৰ গৌৰৱ অসমৰ সন্তান , ১ নং কচুতলি গাওঁৰ ধেমাজি জিলাৰ নিবাসী শ্ৰীমতী আপ্পুন পেগু বৰ্তমান DID Little Master Reality showত অংশগ্ৰহণ কৰি আছে । সেয়েহে সকলোৱে যেন Instagramত গৈ Zeetv search কৰি APPUN PEGUক support কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো🙏🙏🙏 Vote 4 Appun Vote 4 Appun Vote 4 Appun
4 years ago | [YT] | 914
View 40 replies
Happy Bihu || new high vlog 2022 https://youtu.be/Ht4hwub4bNUসকলোলৈকে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নতুন বৰ্ষৰ শুভকামনা যাচিলো। বহাগ বিহুয়ে কঢ়িয়াই আনক আপোনালোকৰ সাহস আৰু সৃষ্টিৰ অন্তহীন প্ৰেৰণা।
4 years ago (edited) | [YT] | 1,600
View 15 replies
https://youtu.be/lGKtw48WOTo❤️❤️❤️
4 years ago | [YT] | 1,742
View 10 replies
Satyajit Morang
আপোনালোকৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই এই বছৰ মুক্তি পাবলগীয়া মিচিং বোলছবি TANI:AO 2 ৰ প্ৰথমটি গান "RIMJHIM" ৰ অফিচিয়েল পোষ্টাৰখনি আজি আপোনালোকলৈ আগবঢ়োৱা হ’ল!🙏🏻
🗓️ অফিচিয়েল ভিডিঅ’ মুক্তি পাব: দেওবাৰ, ৯ আগষ্ট (9th August, Sunday) Satyajit Morang Youtube Channel ত উপভোগ কৰিব পাৰিব ❤️
এই সুন্দৰ প্ৰচেষ্টাক বাস্তৱৰ ৰূপ দিয়া সকলোলৈ আমাৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা:
🎬 Maa Anjali Film Production
🎬 Se:di Melo Cine Production
🎬 ADP Production
🎬 Dream Rhythms Film Production
তাৰোপৰি Tani:Ao 2 আৰু এই গীতটিৰ আঁৰত দিনে-নিশাই একাগ্ৰতাৰে কাম কৰা আমাৰ মৰমৰ শিল্পীসকল, পৰিচালক, কৰিয়গ্ৰাফাৰ, এডিটৰ, কাৰিকৰী দল, মেক-আপ আৰ্টিষ্ট আৰু সমগ্ৰ টিমলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ! 🙏🏻
#TaniAo2 #Rimjhim #SongPoster #Upcomingmovie
2 weeks ago | [YT] | 2,097
View 8 replies
Satyajit Morang
শুভ মুক্তি
https://youtu.be/_BhnPtJQInQ
Share it please
সমূহ ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আজি আমাৰ "AIPÉ MÉ:NAMOI" গীতটিৰ ভিডিঅটি আপোনালোকৰ মাজলৈ আগবঢ়ায় দিয়া হ'ল। আশা কৰোঁ আপোনালোক সকলোৱে গীতটি মৰমেৰে আকোঁৱালি ল'ব।।
3 years ago | [YT] | 318
View 4 replies
Satyajit Morang
🙏🙏My Sister Vlog Video, Hokolue aber sabo ,lgote Subscribe, tu Kori DBO..
3 years ago | [YT] | 98
View 1 reply
Satyajit Morang
জীৱন এক যুঁজ জীৱনেই শিকাই প্ৰতিটো মুহূৰ্তত সুখ ,দুখ,কষ্ট আশা,নিৰাশা আৰু জয়, পৰাজয় ৰ সোৱাদ ৷ পৰাজয় হলেও কেতিয়াও হতাশ হোৱা নাই ৷ জীৱনৰ প্ৰতিটো মুহূৰ্ততে যুঁজিবলৈ সাজু আছোঁ ৷
4 years ago | [YT] | 1,654
View 12 replies
Satyajit Morang
https://youtu.be/55ibocW0y_A
Please Like, comments, share & subscribe ❤️❤️❤️🙏🙏
4 years ago | [YT] | 2,216
View 7 replies
Satyajit Morang
প্ৰিয় সতীৰ্থ বৃন্দ,
নমস্কাৰ গ্ৰহণ কৰিব। আপোনাক আপোনাসৱক জনাব পাই সুখী হৈছো যে আমাৰ গৌৰৱ অসমৰ সন্তান , ১ নং কচুতলি গাওঁৰ ধেমাজি জিলাৰ নিবাসী শ্ৰীমতী আপ্পুন পেগু বৰ্তমান DID Little Master Reality showত অংশগ্ৰহণ কৰি আছে । সেয়েহে সকলোৱে যেন Instagramত গৈ Zeetv search কৰি APPUN PEGUক support কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো🙏🙏🙏
Vote 4 Appun
Vote 4 Appun
Vote 4 Appun
4 years ago | [YT] | 914
View 40 replies
Satyajit Morang
Happy Bihu || new high vlog 2022 https://youtu.be/Ht4hwub4bNU
সকলোলৈকে অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নতুন বৰ্ষৰ শুভকামনা যাচিলো। বহাগ বিহুয়ে কঢ়িয়াই আনক আপোনালোকৰ সাহস আৰু সৃষ্টিৰ অন্তহীন প্ৰেৰণা।
4 years ago (edited) | [YT] | 1,600
View 15 replies
Satyajit Morang
https://youtu.be/lGKtw48WOTo
❤️❤️❤️
4 years ago | [YT] | 1,742
View 10 replies