Cricket Guru Assam

নমস্কাৰ অসমৰ ক্ৰিকেট অনুৰাগী সকল । মই ডিম্পু বৰুৱা - #CricketGuruAssam ইউটিউব চেনেলৰ পৰিচালক । ক্ৰিকেটৰ বিভিন্ন খবৰ,বাতৰি,কাহিনী তথা ক্ৰিকেট বিশ্লেষণ নিজৰ ভাষা অসমীয়াত ভিডিঅ' আকাৰত প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে এই চেনেলটো খোলা হৈছে । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । লগতে আপোনাৰ চিনাকি অসমীয়া ক্ৰিকেট প্ৰেমী ব্যক্তিকো ভিডিঅ'বোৰ ছেয়াৰ কৰি মোক আগুৱাই যোৱাত উৎসাহ দিব ।
#CricketGuruAssam ইউটিউব চেনেলৰ উপৰিও ফেচবুক পেজ হিছাপেও উপলব্ধ । গতিকে অসমৰ ক্ৰিকেটপ্ৰেমী ৰাইজে ক্ৰিকেটৰ বিভিন্ন কথা-বতৰা,কাহিনী, খবৰ আদি নিজৰ ভাষা অসমীয়াত জানিবৰ বাবে ইউটিউবত চাবছক্ৰাইব কৰিব "Cricket Guru Assam" আৰু লগতে আমাৰ ফেচবুক পেজ "ক্ৰিকেট গুৰু অসম" লাইক কৰিবলৈ নাপাহৰিব । লগতে ইনষ্টাগ্ৰাম পেজ @cricket_guru_assam follow কৰি ইনষ্টাগ্ৰামতো খবৰ-বাতৰিড পাই থাকিব । ক্ৰিকেটৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত বিয়পাৱক । জয় আই অসম ।
ডিম্পু বৰুৱা ,Cricket Guru Assam Network,Assam .
Instagram :- @Cricket_Guru_Assam .



Cricket Guru Assam

আমাৰ দ্বিতীয় চেনেলত NEUFCৰ ISLৰ খেলৰ আপডেট #neufc #northeastunited #northeastunitedfc

9 hours ago | [YT] | 1

Cricket Guru Assam

নানা পাটেকাৰৰ মৃত্যুত Xৰ জৰিয়তে শোক প্ৰকাশ বিৰাট কোহলীৰ #NanaPatekar #ViratKohli

4 days ago | [YT] | 622

Cricket Guru Assam

RIP 🙏 নানা পাটেকাৰ #NanaPatekar #ViratKohli

4 days ago | [YT] | 735

Cricket Guru Assam

মহম্মদ ছিৰাজক বহুৱাই ৰখাটো ভাল কাম হোৱা নাই । আপুনি কি ভাবে ? জনাৱক মতামত #MdSiraj #MohammadSiraj #INDvsWI #INDvWI #IndianCricket #BCCI

1 week ago | [YT] | 623

Cricket Guru Assam

আমাৰ দ্বিতীয় চেনেলত লাভলীনা বৰগোহাঁইৰ খেলৰ তাৰিখ আৰু প্ৰতিদ্বন্দ্বীৰ আলোচনা #LovlinaBorgohain #AsianGames #LovlibaBorgohainAsianGames

2 weeks ago | [YT] | 10

Cricket Guru Assam

আমাৰ দ্বিতীয় চেনেলত NEUFCৰ নতুন খেলৰ আপডেট #NEUFC #NEUFCNEWS #NortheastUnited

2 weeks ago | [YT] | 9

Cricket Guru Assam

বিশ্বকাপ খেল দল পানামাক পানী খুৱাই দিলে ভাৰতীয় টীমে । সবিশেষ আলোচনা #IndiaVsPanama #IndianFootball #PanamaFootball #IndiaVpanama #RyanWilliams #Football

2 weeks ago | [YT] | 18