Pediatrician (শিশু ৰোগ বিশেষজ্ঞ)by profession,MBBS, MD PEDIATRICS, GMCH ,Assam , India.শিশু স্বাস্থ্য সজাগতাই "Channel"টোৰ উদ্দেশ্য। "Subscribe" কৰিবলৈ নাপাহৰিব 😊🙏
Dr Md Faruk Hussain
Mobile phone নিদিলে কিছুমান শিশুৱে যে ভাত নাখায়,তাৰ ওপৰত ২মিনিটৰ এটা ভিডিঅ' প্ৰয়োজন বুলি ভাবে নেকি জনাবচোন আপোনালোকে....😍
1 year ago | [YT] | 3
View 0 replies
Mr Redan .....Nephew cutie 😍 মাকে চুলি কটাই ছোৱালী বনাইছে...😀🤣😍
1 year ago (edited) | [YT] | 22
View 2 replies
Two cute ...,"too cute"🥺🥰
1 year ago | [YT] | 5
To be happy , either be a child or be with a child.....
1 year ago | [YT] | 27
#ডাক্তৰ_ৰোগীৰ_সম্পৰ্ক_আৰু_কিছু_অনুভৱ:(Long post alert !)মৃত্যু শব্দটো শুনা মাত্ৰেই আমি আবেগিক হৈ যাও। সকলো সময়তেই শুনা মাত্ৰেই বহুত দুখ লাগে। আন বহু সময়ত হয়তো দুখ আৰু খঙৰ এক মিশ্ৰিত অনুভুতি থাকে। বহু সময়ত আনকি ৰোগীৰ আত্মীয়ই মানসিক ভাৰসাম্যও হেৰোৱাই পেলোৱাৰ উপক্ৰম কৰে! বৰ্তমান সময়ৰ trend টো এনেকুৱা যে phone call-ত কৈও আগত আপুনি এনে খৱৰ facebook/twitter ৰ যোগেদিহে পায় ।আৰু যেতিয়া কোনো ৰোগীৰ আকস্মিক মৃত্যু হয় তেনে সময়ত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ধনাত্মক-ঋনাত্মক আলোচনাৰ শিকলিৰ উদ্ভৱ হয় তথা ডাক্তৰ-নাৰ্চ-স্বাস্থ্যকৰ্মীক সন্দেহৰ চকুৰে আলোকপাত কৰা হয়। তাৰ বহু কাৰণৰ অন্যতম হৈছে কিছুমান সংবাদ মাধ্যমে (সকলো নহয়) Background music দি আৰু লগতে কিছুমান প্ৰশ্নবোধক বাক্যৰে খৱৰটো popular/sensational কৰিব বিচাৰে। এতিয়া মুল কথাটো হ'ল আমি কাৰ বশৱৰ্তী-ডাক্তৰৰ negligence নে সংবাদ মাধ্যমৰ sensation-ৰ?? সেয়া বাৰু আপুনিয়ে ভাৱি চাব। এটা post-ৰ জৰিয়তে সকলো বিৱৰি কোৱা সম্ভৱ নহয় যদিও মই মাত্ৰ কেইটিমান কথা/situation আপোনাক সহজভাৱে বুজাবৰ প্ৰয়াস কৰিছোঃ-১)চিকিৎসালয়/স্বাস্থ্যসৱা কেন্দ্ৰ বিভিন্ন পৰ্যায়(level)-ৰ হয়। সেই অনুসৰি উপলব্ধ সেৱাও সকলোতে বেলেগ। যেনে SD, PHC, CHC ,UHC, MPHC ,BPHC, Medical College ইত্যাদি সকলোতেই সকলো ধৰণৰ সেৱা উপলব্ধ নহয়। আনহাতে Private Hospital/Nursing home- ৰ ক্ষেত্ৰতো একেই কথা। এতিয়া ধৰক আপুনি serious/unconscious ৰোগী এজন PHC ত লৈ গৈছে । এনে ক্ষেত্ৰত সচাকৈয়ে ৰোগীজনক ডাক্তৰে পোনছাটেই Refer কৰিৱই। কাৰণ Higher centre লৈ গৈ পাওতে মাত্ৰ ২ ছেকেণ্ডৰ সময় অপচয় হোৱাটোও দুৰ্ভাগ্যৰ কাৰণ হ'ব পাৰে ,আৰু অনিচ্ছাস্বত্তেও কেতিয়াবা হৈয়ে যায়। কেতিয়াবা আধা ৰাস্তাতেই ৰোগীৰ মৃত্যু হয়। এতিয়া আপুনি ক'ব নেকি এখন হস্পিতালে চিকিৎসা নকৰাৰ কাৰণেই হেনো ৰোগীৰ মুত্যু হ'ল? আনহাতে Refer নকৰিলেওতো আপুনি negligence বুলিয়ে ক'ব! ২)ৰোগৰ গতিবিধি(course) সদায় একে নাথাকে । যোৱা দহবছৰে সৰু সুৰা বেমাৰত treatment দি থকা আপোনাৰ চিনাকি/ঘৰুৱা ডাক্তৰজনে আজি কিন্তু ততালিকে আপোনাক refer হে কৰিলে ।ভালদৰে কথাও নাপাতিলে । আপোনাৰ দুখ লাগিলেও আপোনাৰ ভালৰ কাৰণেই কৰিছে। তাৰ কাৰণ হ'ল তেও কৰ্মৰত চিকিৎসালয়ত হয়তো আপোনাৰ নতুন বেমাৰৰ চিকিৎসাৰ সুবিধা নাই , নাইবা তাতোকৈ উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে নাইবা অন্য specialist-ৰ দ্বাৰা আপোনাক চিকিৎসা কৰোৱাটো emergency হৈ গৈছে ।(৩)বহুত ডাঙৰ ৰোগীৰ লক্ষণ আপুনি জনাৰ দৰেই একদম সাধাৰণ হ'ব পাৰে । আনহাতে শিশুৰ ক্ষেত্ৰতটো কথাটো আৰুৱে বেছি সুকীয়া । MBBS প্ৰথম বৰ্ষত থাকোতে চুবুৰীয়াৰ সৰু ভাইটি এজন (মোৰ অতি মৰমৰ ,বৰ মৰমলগা লৰা) সাধাৰণ জ্বৰ ভাল নোপোৱাত কেইদিনমান পিছত GMCH casualty লৈ অনা হল। ICU-ত ৰাখিবলৈ সিদ্ধান্ত লোৱাহে হ'ল। ওপৰৱালাই তাতকৈ বেছি সময় নিদিলে।মোৰ লগতে দুই এজন শিক্ষিত ব্যক্তিকো তাৰ যে Meningitis হৈছিল বুজাই দিয়া হৈছে। এনেকুৱা আৰু শতাধিক Serious ৰোগৰ প্ৰথম লক্ষণ সাধাৰণ কাহ জ্বৰেই হয় । (৪)Accident/trauma-ৰ ক্ষেত্ৰত কি হয় আকৌ External injury-ৰ কথা আপুনি থিকেই উমান পায় কিন্তু Internal injury-ৰ কথা জানিবৰ বাবে ডাক্তৰ জনকো সময় আৰু কিছু test-ৰ প্ৰয়োজন হয় । গতিকে দুৰ্ভাগ্যৱশত কেতিয়াবা চিকিৎসালয়ত গৈ পালেও চিকিৎসা আৰম্ভ হোৱাৰ আগতেই মৃত্যু হয়। আৰু তেতিয়া ইতিমধ্যেই emotional হৈ থকা পৰিয়ালে নিশ্চয় এইটোৱে ক'ব যে অলপ আগতে কথা পাতিবলৈ সক্ষম ৰোগীজনৰ কেনেকৈ মৃত্যু হ'ল? (৫)মৃগীৰোগৰ লক্ষণ যেতিয়া অতিকৈ serious হৈ status epilepticus-ত আহে সেই সময়ত serious শব্দটো কোৱাৰ বাহিৰে ডাক্তৰ-নাৰ্চৰ সময় নাথাকে। ততালিকেই injection দিবলৈ বাধ্য। এনে পৰিস্থিতিত কেতিয়াবা injection দি থকা অৱস্থাত নাইবা দিয়াৰ পিছতেই ৰোগীৰ মৃত্যু হয়। এয়া এক common অভিযোগ injection দিয়াৰ কাৰণেই হেনো মৃত্যু। এয়া আপোনাক কেনেকৈ বুজাও? এইখিনি কোৱাৰ পিছতো আপোনাৰ সু-দুৱনি থাকিব পাৰে। কাৰণ মাত্ৰ কেইটিমান situation হে বুজাব চেষ্টা কৰিছো । এটা facebook post-ত সকলো কথা প্ৰকাশ কৰা অসম্ভৱ। মুল কথা হ'ল #Emotional_মানেই_সত্য_নহবও_পাৰে_। এজন Specialist ডাক্তৰ হবৰ কাৰণে যেতিয়া minimum ১০-১২ বছৰ লাগে , গতিকে এজন সাধাৰণ লোক বা সাংবাদিকে যে এই সকলোবোৰ কথা জানিবই লাগিব সেইটোও মোৰ কোৱাৰ অধিকাৰ নাই ।কিন্তু ঘটনা অতিৰঞ্জিত কৰাৰ পৰাটো বিৰত থাকিব পৰা যায়। আৰু ডাঙৰ কথাটো হ'ল আপুনি যদি মোক personally চিনি নাপায়, তেন্তে হয়তো কব ডাক্তৰক সমৰ্থন কৰাৰ স্বাৰ্থতেই যেন এইবোৰ কৈ আছো। তেন্তে শুনক মোৰ আহ্বান। ডাক্তৰৰ negligence-ৰ সন্দেহো যদি হয় , আপুনি তদন্ত কৰাওক। প্ৰমাণ হলে আইনী ব্যৱস্থা লোৱা হওক। তাৰ লগতে আপোনাৰ news ভুল প্ৰমাণিত হলেও কিন্তু সৎসাহসেৰে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক। আনহাতে ডাক্তৰ নাৰ্চেও অকল চিকিৎসা কৰিলেই নহয় । ধৈৰ্য্য আৰু মৰমেৰে ৰোগীৰ Attendant-ৰ লগত কথা পাতক। ভালদৰে বেমাৰৰ কথা বুজোৱা হওক। তেনেকুৱা ব্যৱহাৰ আপোনাৰ হওক যেনেকুৱা ব্যৱহাৰ আপোনাৰ নাইবা আপোনাৰ পৰিয়ালৰ লগত আন এজন ডাক্তৰে আপুনি কৰাটো বিচাৰে ।অন্যথাই সাধাৰণ ৰাইজক এই সম্পৰ্কৰ কথা হাজাৰবাৰ বুজালেও যুক্তিকৰ নহ'ব।সুস্থ সমাজ গঢ়াত আমাৰ সকলোৰে দায়িত্ব আছে। ডাক্তৰ-ৰোগীৰ সম্পৰ্ক যেতিয়ালৈ শক্তিশালী নহব তেতিয়ালৈ এখন সুন্দৰ সমাজ আমি গঢ়িব নোৱাৰিম! আশা কৰো আমি সকলোৱে যেন এইক্ষেত্ৰত নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰো।(ভাল লাগিলে "Share" কৰিব পাৰে)Do subscribe for more posts/updates/videos... 😊🙏
1 year ago (edited) | [YT] | 31
Dr Md Faruk Hussain
Mobile phone নিদিলে কিছুমান শিশুৱে যে ভাত নাখায়,তাৰ ওপৰত ২মিনিটৰ এটা ভিডিঅ' প্ৰয়োজন বুলি ভাবে নেকি জনাবচোন আপোনালোকে....😍
1 year ago | [YT] | 3
View 0 replies
Dr Md Faruk Hussain
Mr Redan .....Nephew cutie 😍 মাকে চুলি কটাই ছোৱালী বনাইছে...😀🤣😍
1 year ago (edited) | [YT] | 22
View 2 replies
Dr Md Faruk Hussain
Two cute ...,"too cute"🥺🥰
1 year ago | [YT] | 5
View 2 replies
Dr Md Faruk Hussain
To be happy , either be a child or be with a child.....
1 year ago | [YT] | 27
View 2 replies
Dr Md Faruk Hussain
#ডাক্তৰ_ৰোগীৰ_সম্পৰ্ক_আৰু_কিছু_অনুভৱ:(Long post alert !)
মৃত্যু শব্দটো শুনা মাত্ৰেই আমি আবেগিক হৈ যাও। সকলো সময়তেই শুনা মাত্ৰেই বহুত দুখ লাগে। আন বহু সময়ত হয়তো দুখ আৰু খঙৰ এক মিশ্ৰিত অনুভুতি থাকে। বহু সময়ত আনকি ৰোগীৰ আত্মীয়ই মানসিক ভাৰসাম্যও হেৰোৱাই পেলোৱাৰ উপক্ৰম কৰে! বৰ্তমান সময়ৰ trend টো এনেকুৱা যে phone call-ত কৈও আগত আপুনি এনে খৱৰ facebook/twitter ৰ যোগেদিহে পায় ।আৰু যেতিয়া কোনো ৰোগীৰ আকস্মিক মৃত্যু হয় তেনে সময়ত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ধনাত্মক-ঋনাত্মক আলোচনাৰ শিকলিৰ উদ্ভৱ হয় তথা ডাক্তৰ-নাৰ্চ-স্বাস্থ্যকৰ্মীক সন্দেহৰ চকুৰে আলোকপাত কৰা হয়। তাৰ বহু কাৰণৰ অন্যতম হৈছে কিছুমান সংবাদ মাধ্যমে (সকলো নহয়) Background music দি আৰু লগতে কিছুমান প্ৰশ্নবোধক বাক্যৰে খৱৰটো popular/sensational কৰিব বিচাৰে।
এতিয়া মুল কথাটো হ'ল আমি কাৰ বশৱৰ্তী-ডাক্তৰৰ negligence নে সংবাদ মাধ্যমৰ sensation-ৰ?? সেয়া বাৰু আপুনিয়ে ভাৱি চাব। এটা post-ৰ জৰিয়তে সকলো বিৱৰি কোৱা সম্ভৱ নহয় যদিও মই মাত্ৰ কেইটিমান কথা/situation আপোনাক সহজভাৱে বুজাবৰ প্ৰয়াস কৰিছোঃ-
১)চিকিৎসালয়/স্বাস্থ্যসৱা কেন্দ্ৰ বিভিন্ন পৰ্যায়(level)-ৰ হয়। সেই অনুসৰি উপলব্ধ সেৱাও সকলোতে বেলেগ। যেনে SD, PHC, CHC ,UHC, MPHC ,BPHC, Medical College ইত্যাদি সকলোতেই সকলো ধৰণৰ সেৱা উপলব্ধ নহয়। আনহাতে Private Hospital/Nursing home- ৰ ক্ষেত্ৰতো একেই কথা। এতিয়া ধৰক আপুনি serious/unconscious ৰোগী এজন PHC ত লৈ গৈছে । এনে ক্ষেত্ৰত সচাকৈয়ে ৰোগীজনক ডাক্তৰে পোনছাটেই Refer কৰিৱই। কাৰণ Higher centre লৈ গৈ পাওতে মাত্ৰ ২ ছেকেণ্ডৰ সময় অপচয় হোৱাটোও দুৰ্ভাগ্যৰ কাৰণ হ'ব পাৰে ,আৰু অনিচ্ছাস্বত্তেও কেতিয়াবা হৈয়ে যায়। কেতিয়াবা আধা ৰাস্তাতেই ৰোগীৰ মৃত্যু হয়। এতিয়া আপুনি ক'ব নেকি এখন হস্পিতালে চিকিৎসা নকৰাৰ কাৰণেই হেনো ৰোগীৰ মুত্যু হ'ল? আনহাতে Refer নকৰিলেওতো আপুনি negligence বুলিয়ে ক'ব!
২)ৰোগৰ গতিবিধি(course) সদায় একে নাথাকে । যোৱা দহবছৰে সৰু সুৰা বেমাৰত treatment দি থকা আপোনাৰ চিনাকি/ঘৰুৱা ডাক্তৰজনে আজি কিন্তু ততালিকে আপোনাক refer হে কৰিলে ।ভালদৰে কথাও নাপাতিলে । আপোনাৰ দুখ লাগিলেও আপোনাৰ ভালৰ কাৰণেই কৰিছে। তাৰ কাৰণ হ'ল তেও কৰ্মৰত চিকিৎসালয়ত হয়তো আপোনাৰ নতুন বেমাৰৰ চিকিৎসাৰ সুবিধা নাই , নাইবা তাতোকৈ উন্নত চিকিৎসাৰ প্ৰয়োজন হৈছে নাইবা অন্য specialist-ৰ দ্বাৰা আপোনাক চিকিৎসা কৰোৱাটো emergency হৈ গৈছে ।
(৩)বহুত ডাঙৰ ৰোগীৰ লক্ষণ আপুনি জনাৰ দৰেই একদম সাধাৰণ হ'ব পাৰে । আনহাতে শিশুৰ ক্ষেত্ৰতটো কথাটো আৰুৱে বেছি সুকীয়া । MBBS প্ৰথম বৰ্ষত থাকোতে চুবুৰীয়াৰ সৰু ভাইটি এজন (মোৰ অতি মৰমৰ ,বৰ মৰমলগা লৰা) সাধাৰণ জ্বৰ ভাল নোপোৱাত কেইদিনমান পিছত GMCH casualty লৈ অনা হল। ICU-ত ৰাখিবলৈ সিদ্ধান্ত লোৱাহে হ'ল। ওপৰৱালাই তাতকৈ বেছি সময় নিদিলে।মোৰ লগতে দুই এজন শিক্ষিত ব্যক্তিকো তাৰ যে Meningitis হৈছিল বুজাই দিয়া হৈছে। এনেকুৱা আৰু শতাধিক Serious ৰোগৰ প্ৰথম লক্ষণ সাধাৰণ কাহ জ্বৰেই হয় ।
(৪)Accident/trauma-ৰ ক্ষেত্ৰত কি হয় আকৌ External injury-ৰ কথা আপুনি থিকেই উমান পায় কিন্তু Internal injury-ৰ কথা জানিবৰ বাবে ডাক্তৰ জনকো সময় আৰু কিছু test-ৰ প্ৰয়োজন হয় । গতিকে দুৰ্ভাগ্যৱশত কেতিয়াবা চিকিৎসালয়ত গৈ পালেও চিকিৎসা আৰম্ভ হোৱাৰ আগতেই মৃত্যু হয়। আৰু তেতিয়া ইতিমধ্যেই emotional হৈ থকা পৰিয়ালে নিশ্চয় এইটোৱে ক'ব যে অলপ আগতে কথা পাতিবলৈ সক্ষম ৰোগীজনৰ কেনেকৈ মৃত্যু হ'ল?
(৫)মৃগীৰোগৰ লক্ষণ যেতিয়া অতিকৈ serious হৈ status epilepticus-ত আহে সেই সময়ত serious শব্দটো কোৱাৰ বাহিৰে ডাক্তৰ-নাৰ্চৰ সময় নাথাকে। ততালিকেই injection দিবলৈ বাধ্য। এনে পৰিস্থিতিত কেতিয়াবা injection দি থকা অৱস্থাত নাইবা দিয়াৰ পিছতেই ৰোগীৰ মৃত্যু হয়। এয়া এক common অভিযোগ injection দিয়াৰ কাৰণেই হেনো মৃত্যু। এয়া আপোনাক কেনেকৈ বুজাও?
এইখিনি কোৱাৰ পিছতো আপোনাৰ সু-দুৱনি থাকিব পাৰে। কাৰণ মাত্ৰ কেইটিমান situation হে বুজাব চেষ্টা কৰিছো । এটা facebook post-ত সকলো কথা প্ৰকাশ কৰা অসম্ভৱ।
মুল কথা হ'ল #Emotional_মানেই_সত্য_নহবও_পাৰে_। এজন Specialist ডাক্তৰ হবৰ কাৰণে যেতিয়া minimum ১০-১২ বছৰ লাগে , গতিকে এজন সাধাৰণ লোক বা সাংবাদিকে যে এই সকলোবোৰ কথা জানিবই লাগিব সেইটোও মোৰ কোৱাৰ অধিকাৰ নাই ।কিন্তু ঘটনা অতিৰঞ্জিত কৰাৰ পৰাটো বিৰত থাকিব পৰা যায়। আৰু ডাঙৰ কথাটো হ'ল আপুনি যদি মোক personally চিনি নাপায়, তেন্তে হয়তো কব ডাক্তৰক সমৰ্থন কৰাৰ স্বাৰ্থতেই যেন এইবোৰ কৈ আছো। তেন্তে শুনক মোৰ আহ্বান। ডাক্তৰৰ negligence-ৰ সন্দেহো যদি হয় , আপুনি তদন্ত কৰাওক। প্ৰমাণ হলে আইনী ব্যৱস্থা লোৱা হওক। তাৰ লগতে আপোনাৰ news ভুল প্ৰমাণিত হলেও কিন্তু সৎসাহসেৰে ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰক। আনহাতে ডাক্তৰ নাৰ্চেও অকল চিকিৎসা কৰিলেই নহয় । ধৈৰ্য্য আৰু মৰমেৰে ৰোগীৰ Attendant-ৰ লগত কথা পাতক। ভালদৰে বেমাৰৰ কথা বুজোৱা হওক। তেনেকুৱা ব্যৱহাৰ আপোনাৰ হওক যেনেকুৱা ব্যৱহাৰ আপোনাৰ নাইবা আপোনাৰ পৰিয়ালৰ লগত আন এজন ডাক্তৰে আপুনি কৰাটো বিচাৰে ।অন্যথাই সাধাৰণ ৰাইজক এই সম্পৰ্কৰ কথা হাজাৰবাৰ বুজালেও যুক্তিকৰ নহ'ব।সুস্থ সমাজ গঢ়াত আমাৰ সকলোৰে দায়িত্ব আছে। ডাক্তৰ-ৰোগীৰ সম্পৰ্ক যেতিয়ালৈ শক্তিশালী নহব তেতিয়ালৈ এখন সুন্দৰ সমাজ আমি গঢ়িব নোৱাৰিম! আশা কৰো আমি সকলোৱে যেন এইক্ষেত্ৰত নিজৰ দায়িত্ব আন্তৰিকতাৰে পালন কৰো।
(ভাল লাগিলে "Share" কৰিব পাৰে)
Do subscribe for more posts/updates/videos... 😊🙏
1 year ago (edited) | [YT] | 31
View 2 replies