A unique Way of learning....!
আমাৰ লগত যিকোনো আলোচনাৰ বাবে আমাৰ WhatsApp Channel ত সংযুক্ত হওঁক :whatsapp.com/channel/0029Vb6KhjrKgsNkuPE5f41a


mathseducation

মৰমৰ ছাত্ৰ - ছাত্ৰীসকল কোনো ধৰণৰ সমস্যা নহলে অহা 9 তাৰিখ দেওবাৰে পুৱা 10 বজাত দশম শ্ৰেণীৰ ত্ৰিকোণমিতি(Trigonometry) অধ্যায়টোৰ এটা ONESHOT Video আহি আছে, গোটেই video টোত তোমালোকৰ প্ৰয়োজন অনুসাৰে বুজোৱাৰ প্ৰয়াস কৰা হৈছে, আশাকৰো তোমলোকে সহায় কৰিবা।ধন্যবাদ।
#mathseducation
#trigonometry

3 weeks ago | [YT] | 3

mathseducation

Next Class 10 Maths ৰ কোনটো অধ্যায়ৰ OneShot Video দিলে ভাল হয় বুলি ভাবা??

3 months ago | [YT] | 1

mathseducation

আজি অৰ্থাৎ 24/11/25 তাৰিখ সোমবাৰে সন্ধিয়া 6:30 বজাত সম্পূৰ্ণ AP chapter টো লৈ live আহিম, তোমালোকে সকলোৱে নিজৰ নিজৰ friend বোৰক জনাই দিবা ।
#hslc2026
#class10maths
#class10AP

9 months ago | [YT] | 10

mathseducation

মৰমৰ দশমশ্ৰেণীৰ ছাত্ৰ - ছাত্ৰীসকল.....
আমাৰ আহিব লগীয়া Live Session টোত তলৰ কোনটো অধ্যায় তোমালোকৰ বেছিকৈ প্ৰয়োজন আছে???
যিসকলে বৰ্তমানেও আমাৰ Channel টো Subscribe কৰা নাই, অনতিপলমে সংযুক্ত হোৱা, কিয়নো আমাৰ বহুত নতুন Video Upload হবলৈ গৈ আছে।

আমাৰ WhatsApp Channel Link -
Follow the mathseducation☺️ channel on WhatsApp: whatsapp.com/channel/0029Vb6KhjrKgsNkuPE5f41a

#mathseducation
#hslc2026
#asseb
#seba
#class10

9 months ago | [YT] | 6

mathseducation

তোমালোকৰ Online Class ৰ বাবে নতুনকৈ সাজু কৰা হৈছে আমাৰ Classroom....
Online Tuition ৰ বাবে যোগাযোগ কৰা...
WhatsApp : 8402034461

11 months ago | [YT] | 9

mathseducation

মৰমৰ ছাত্ৰ - ছাত্ৰীসকল অতি কম দিনৰ ভিতৰতে তোমালোকৰ মৰমৰ Channel mathseducation ত তোমালোকৰ বাবে দৈনিক Class বোৰ দিয়াৰ ব্যৱস্থা কৰা হব।ধন্যবাদ।

11 months ago | [YT] | 8

mathseducation

আজি 31/05/2025 তাৰিখ শনিবাৰে ঠিক 3:30 বজাত Class 9 Polynomials Chapter টো লৈ আমি Live আহিম, গতিকে তোমালোকৰ উপস্থিতি আশা কৰিলো।ধন্যবাদ।

1 year ago | [YT] | 8

mathseducation

Class 10 Maths || First Unit Test 2026||SEBA HSLC 2026
#mathseducation
#class10maths
#seba
#seba_hslc2026
মৰমৰ ছাত্ৰ - ছাত্ৰীসকল দশমশ্ৰেণীৰ প্ৰথম সাময়িকী পৰীক্ষাৰ বাবে গণিত পাঠ্যপুথিৰ কোনটো অধ্যায় সমাধানৰ ক্ষেত্ৰত তোমালোক অসুবিধা অনুভৱ কৰিছা?

1 year ago | [YT] | 4

mathseducation

Result বোৰ কেনে হল ??

1 year ago | [YT] | 12

mathseducation

HSLC 2025 Advanced Maths ৰ বাবে আমাৰ education App Sampurnam ত আমি নিজে প্ৰস্তুত কৰা এখন Question Paper দি ৰখা হৈছে, তোমালোকে গৈ Download কৰি লব পাৰা.....

1 year ago | [YT] | 35