Let's go on a journey together, experiencing the nuances of life a step at a time :)
Rita Chowdhury
মায়াবিনী মেঘবোৰমেঘে হে জানে মেঘ কি!আমিতো তাত মাথোমনৰ ছবিহে আঁকো!!তোমাৰ এই ভ্ৰম মোৰ এই ভ্ৰমমেঘে বা দেখেনে নেদেখে!জানে বা নেজানে!ভাপ হৈ উৰি যোৱাপানীৰ কণিকাবোৰকনিজেও ভাপ হৈ উৰিএদিন সুধিব লাগিব৷চকপানীও ভাপ হৈ উৰিমেঘৰ বুকুত ঘৰ সাজে বা নাসাজে!কোনে জানে!
3 months ago |[YT] | 104
View 4 replies
মই৷ ডাৱৰৰ সিপাৰে থকা ধুনীয়া দেশৰ সপোন দেখা ছোৱালীজনী!তায়েইতো মোক হাতত ধৰি লৈ আহিলযাব নোৱাৰিম যেন লগা জীৱনৰ অতদূৰ বাট...
1 year ago |[YT] | 214
View 11 replies
Rita Chowdhury
মায়াবিনী মেঘবোৰ
মেঘে হে জানে মেঘ কি!
আমিতো তাত মাথো
মনৰ ছবিহে আঁকো!!
তোমাৰ এই ভ্ৰম মোৰ এই ভ্ৰম
মেঘে বা দেখেনে নেদেখে!
জানে বা নেজানে!
ভাপ হৈ উৰি যোৱা
পানীৰ কণিকাবোৰক
নিজেও ভাপ হৈ উৰি
এদিন সুধিব লাগিব৷
চকপানীও ভাপ হৈ উৰি
মেঘৰ বুকুত ঘৰ সাজে বা নাসাজে!
কোনে জানে!
3 months ago |[YT] | 104
View 4 replies
Rita Chowdhury
মই৷
ডাৱৰৰ সিপাৰে থকা ধুনীয়া দেশৰ সপোন দেখা ছোৱালীজনী!
তায়েইতো মোক হাতত ধৰি লৈ আহিল
যাব নোৱাৰিম যেন লগা জীৱনৰ অতদূৰ বাট...
1 year ago |[YT] | 214
View 11 replies