Axom Status Production

☺️নমস্কাৰ গ্ৰহণ কৰিৱ ❤️.
.
Axom Status Production এটা অসমীয়া ধুনীয়া Status চেনেল হয় 😍
.
.
আপোনালোকৰ বিভিন্ন ধৰণৰ ভাল্ লগা গীত সমূহ বিভিন্ন ভিডিঅ আকৃতি ত বনাই কেনেকে আপোনালোক ক্ বিভিন্ন ধৰণৰ Social Media ত Upload কৰিব পৰা কৰা যায় সেই এ মোৰ উদ্দেশ্য 🤩.......
.
.
আপুনি যদিহে মোৰ এই চেনেল টোত প্ৰথম বাৰলৈ আহিছে তেনেহলে চেনেল তো Subscribe কৰিবলৈ এক দমে নাপাহৰিব আৰু কাষত থকা Bell Icon তো টিপি দিব আৰু মোক Next Level লৈ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলো
❤️ধন্যবাদ..

.
.
আপোনালোকে যদিহে এনে ধৰণৰ ভিডিঅ বোৰ Editing কৰিবলৈ শিকিব বিচাৰে তেনেহলে মোক Direct Instagram ত Contact কৰিৱ পাৰে Link তলত দিয়া আছে 😐.....