Hi dear friends , Namaskar . Welcome to Chifung Suriya Jatra . We make videos on Interviews , Cookings , Vloging and lifestyle . We also make Travel vlog and Cultural videos . we are couple . I am housewife and my husband is a Singer/Songwritter . We upload videos thrice in a week atleast , and now we are trying to reach you everyday . plz keep supporting us always . Your love and support makes us blessed ...
If you like our contents please subscribe our channel and share to your loved one and let it be grew up ....
For any bussiness related queries you can mail us at
nnentertainment12@gmail.com
Bibhinno dhoronor videor babe amar hoite jugajug koribo pare
Whatsap - +91 9706963121 (only for whatsp )
(For sending PR packege plz mail us)
Love from
Chifung Suriya Jatra
Guwahati
Chifung Suriya Jatra
এখেত মোৰ দেউতা । B Baruah Cancer হস্পিটেলত Treatment চলি আছে , যোৱা ১০ জুলাইত অপাৰেচন কৰিব লগীয়া আছিল কিন্তু বহুখিনি পইচাৰ অভাৱ আৰু কিবা এটা সমস্যাৰ কাৰণে কৰিব পৰা নগল । অহা বৃহস্পতিবাৰে আকৌ অপাৰেচনৰ তাৰিখ লৈছে । এতিয়া মোক সহায়ৰ প্ৰয়োজন আপোনালোকৰ পৰা অলপ হলেও যিয়ে যি পাৰে মোক সহায় কৰি দেউতাৰ অসুখটো যাতে ভাল কৰিবলৈ সহায় কৰে । সুকলমে অপাৰেচন কৰিব পাৰো আপোনাকৰ সহায়ত প্লিজ আমাক সহায় কৰিব সকলোৱে যিয়ে যি পাৰে । সকলোকে বহুত বহুত ধন্যবাদ 🙏❤️
মই অকলে দেউতাৰ Treatment কৰিব বলে নোৱাৰাৰ বাবে আপোনালোকক সহায়ৰ হাত পাতিছোঁ
(Googlepy নম্বৰ 9706963121 )🙏🙏
সকলোৱেই মোক ফেচবুক ইউটিউৱত পষ্ট কৰিব কৈ থকাত মই পষ্ট লিখিছো । নহলে এনেকৈ মই পইচা খুজিম বুলি ভবা নাছিলো কিন্তু উপাই নোহোৱাত আজি মই এনেকৈ লিখিব লগীয়া হ'ল কোনেও যাতে ভুল নুবুজে🙏
বানান বোৰ শুধৰাই পঢ়িব ধন্যবাদ পষ্টটো শ্বেয়াৰ কৰিব সকলোৱে 🙏❤️
#cancercare #cancertreatment #halping #HalpingHand
5 months ago | [YT] | 18
View 1 reply
Chifung Suriya Jatra
Dr Himanta biswa sarma sir দিয়া মোলৈ উপহাৰ বিহুৱান । ধন্যবাদ Sir 🙏❤️
7 months ago | [YT] | 9
View 0 replies
Chifung Suriya Jatra
Good Evening 🙏❤️❤️
8 months ago | [YT] | 6
View 0 replies
Chifung Suriya Jatra
সাজু হৈছে এইবছৰৰ মঞ্চৰ বাবে
10 months ago | [YT] | 24
View 2 replies
Chifung Suriya Jatra
আজিৰ ভুমিকম্পৰ উৎস আছিল আমাৰ চুবুৰীয়া দেশ ম্যানমাৰত , ম্যানমাৰৰ "নং পাৰ মু" নামৰ ঠাইত আমাৰ অসমৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ নিলগত , ৫.১ ৰিখটাৰ স্কেলত হোৱা এই ভূমিকম্পটো ভূগৰ্ভৰ পৰা ১২৬ কিলোমিটাৰ গহ্বৰত । আমাৰ ইয়াতে ইমান প্ৰভাৱ পৰিছে তেন্তে ভাবি চাওকচোন তাত কিমান প্ৰভাৱ পৰিব । আপোনালোকৰ কোন ঠাইত কিমান কোনে গম পালে জনাবচোন ।
11 months ago | [YT] | 10
View 1 reply
Chifung Suriya Jatra
ঠাণ্ডা Special
1 year ago | [YT] | 3
View 0 replies
Chifung Suriya Jatra
শ্ৰী শ্ৰী লক্ষ্মী পূজা ঘৰত
লক্ষ্মী আই সকলোকে মংগল কৰক
1 year ago | [YT] | 27
View 1 reply
Chifung Suriya Jatra
উজনিলৈ আহি আছে Access baars ক্লাচ আৰু session লৈ Deepshikha sarmah । আপোনালোকে যি সকলে শিকিব বা লব বিছাৰে কণ্টেক কৰিব তলত ফটোত দিয়া আছে নম্বৰ । নিজৰ জীৱনটো সুন্দৰ ভাবে সলাই পেলাওঁক আৰু ভাল হওক লগতে দুৰ্গা পূজা ও বিজয়া দশমীৰ শুভেচ্ছা জনালো সকলোকে ধন্যবাদ🙏❤️
1 year ago | [YT] | 18
View 0 replies
Chifung Suriya Jatra
এনেকৈ কাম কৰি যোৱা
1 year ago | [YT] | 13
View 1 reply
Chifung Suriya Jatra
137k Views জীৱনত কেতিয়াও ভবা নাছিলো নিজেই লিখা গান ইমান ভিউজ হ'ব বুলি , তাকো জীৱনত প্ৰথম বাৰ লিখিছিলো গান । এনেকৈ গানও লিখিব পাৰিম বা লিখিম কেতিয়াও ভবা নাছিলোঁ , নভবাকৈ লিখিছিলো । ইয়াৰ আৰৰ কাহিনীবোৰ কও শুনক 😊 প্ৰথম লিখি Whatsapp ত পঠাইছিলো মোৰ মানুহজনক অফিচত আছিল মেচেজ চাই থৈ দিছিল একো কোৱা নাছিল গান হৈছে নে নাই । Ignore কৰা বুলি কলেও ভুল নহয় । ইমান উৎসাহ দেখুওৱা নাছিল । সন্ধিয়া অফিচৰ পা আহি কব বুলি বিৰাট ফুৰ্ত্তিত আছিলো নাই অফিচৰ পা আহিও একো নকলে 😢 তেনেকৈ দুদিনমান থাকিল পিছত বেলেগক সুৰ কৰিব দিম কোৱাত ভালকৈ চালে কিনো লিখিছে বুলি । পিছত তেও আগ্ৰহ দেখুৱাৰ বাবে ভাত পানী খাই দুইটাই বিছনাত শুই ললোঁ । বিছনাতে পিছত মই অলপ তেও অলপ সুৰ দিলো যি যি ভুল আছিল তেও Correct কৰিলে , আকৌ দুদিন পিছত যেতিয়া সুৰ দি গানটো ভাল লগা হ'ল অলপ দিন পিছত দুইটাই music ষ্টুডিওত গলো । গানটো বনাব ৰেডী হ'ল সোনকালে লাগে আমাক কোৱাৰ বাবে সোনকালে উলিয়াইব ৰেডী কৰিলে Music director এ । এতিয়া ছোৱালী কণ্ঠ বেলেগ এগৰাকী মানুহক কলো তেও উৎসাহ দেখুওৱালে গাম বুলি । বহুত দিনৰ আগতে মোৰ মানুহজনক কৈছিল মোৰো গান গাব মন যাই , তোমাৰ লগত গাম গান এটা লিখিবা বুলি , আমি আক' কাৰোবাৰ কিবা মন যায় বুলি কলে সেই মন ভাঙি নিদিওঁ , কিবা কৰিব চেষ্টা কৰো, সেইবাবে তেওৰ বাবে এইটো গান গোৱাম বুলি থিৰাং কৰিলো প্ৰফেচনেল কন্ঠশিল্পী নহয় বাৰু তেও তথাপি গান ভাল গাই বাবে আমি থিক কৰিলোঁ , তেওক গান পঠালো তেও গাই পঠাম পঠাম বুলি এমাহ মান লগালে গাই নপঠিয়ালে মাত বেয়া হৈ আছিল ভাঙি আছিল বাবে জৰ হৈছিল । তথাপিটো বহুত দিন আকৌ ৰলোঁ । পিছত দুইটাৰে অলপ খং উঠিল ইমান বছৰ মুৰত গান এটা কৰিব লৈছো লোকৰ বাবে টাইম নষ্ট নকৰো বুলি তেওৰ লগত কথা পাতি বেলেগ আছে আমাৰ , সপোন আছে যাৰ লগত এবাৰ গান গোৱাৰ । তেওঁক ফোন লগালো সেয়া হৈছে গীতালী দেৱী বা তেও কলে তোৰ পা পইচা লম নেকি নেলাগে যা তোৰ পা পইচা মোক এক টকাও বুলি সেই সময়ত মই কান্দোঁ কান্দো হৈ গৈছো আবেগিক হৈছো 😢 , ইমান ডাঙৰ কন্ঠশিল্পী এগৰাকীৰয়ে আমাক ফ্ৰিতে গাই দিব তাকো একোৱে নোলোৱাকৈ 😊ইমান ভাল লাগিল কথা খিনি শুনি । লগালগ বায়ে দুদিনমানৰ পিছতে বায়ে ডাবিং দিলেহি বায়ে ডাবিং দিয়াৰ ৫দিন মানৰ পিছত আমাৰ গান ৰেডী এতিয়া আপোনালোকৰ মাজত এয়া😊 । আজি দুমাহ মানৰ আগত উলিয়াইব লগা গানটো বেলেগৰ বাবে দেৰি হৈ গ'ল মনত বহুত দুখ পালো কাকো কোৱা নাই যদিও মনে মনে দুখ পাই আছো 😢 তথাপিও ভগবানে যি কৰে ভালে কৰে কষ্টৰ ফল মিঠা সেয়ে আজি সপোনৰ কণ্ঠশিল্পী গৰাকীৰ লগৰ মোৰ মানুহজনে গাবলৈ সুবিধা পালে ধন্যবাদ ভগবান ইমানখিনি কৰোৱাৰ বাবে । আপোনাকলোকে যদি এতিয়াও শুনা নাই গানটো শুনিব লিংক দিছো কেনে হৈছে প্লিজ এবাৰ কমেণ্ট কৰিব 🙏 আৰু ধন্যবাদ ৰাইজক ইমান খিনি ভিউজ দিয়াৰ বাবে । এতিয়াও এটাও নিগেটিভ কমেণ্ট পোৱা নাই বেয়া হৈছে লিখিব জনা নাই বুলি প্ৰথম সহাৰিতে ইমান ধুনীয়া ধুনীয়া কমেণ্ট ভাল লাগিছে । তথাপিতো ভুল হলে ডাইৰেক আঙুলিয়া দিব তেতিয়া হে শুধৰাই লব পাৰিম পিছত আকৌ ❤️🙏 বহুত বহুত ধন্যবাদ যি হকলে মোক হিংসা কৰিছে তেওলোকৰ বাবে দুখোজমান আগবাঢ়িব পাৰিছোঁ 😊
https://youtu.be/Ywswp03CLIE
https://youtu.be/Ywswp03CLIE
1 year ago (edited) | [YT] | 18
View 2 replies
Load more