Hey guys this is Achyut Kalita
WFF PRO MR UNIVERSE.
"If you want to be a lion, you must train with a lion"
I'm here to help you and provide you with perfect INDIVIDUAL WORKOUT PLAN, DIET PLAN, SUPPLEMENTATION AND COMPETITION PREPARATION.
So, come join me and my team RAW
TRANSFORM YOUR BODY AND BE A LION!!
Contact us :
+91 9707059431
Achyutkalita005@gmail.com
Follow us :
www.facebook.com/Pro-Achyut-fitness-18449209424016…
Visit us:
THE RAW GYM, Hengrabari road, public health tiniali Or Geetanagar, near gate hospital. Guwahati - 781006/781022
RAW FITNESS ASSAM
It is with deep sorrow that we inform you that in a tragic incident that occurred on Wednesday, 04/03/26, our very dear Jayprakash Kalita, Vishal Das, and Sandeep Kalita left this mortal world.
For the peace and salvation of their souls, a condolence meeting has been arranged. You are all cordially invited to attend the programme.
Date: Friday, 06/03/26
Time: 5:00 p.m.
Place: Our office located at Fatashil Ambari, A.K. Dev Road (House No. 803).
Phone: 97070-59431
1 week ago | [YT] | 3
View 0 replies
RAW FITNESS ASSAM
আনন্দৰ উৎসৱ,মিলনৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ দৌলযাত্ৰা আৰু ফাকুৱাৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।
প্ৰকৃতিৰ বিনন্দীয়া সেউজীয়া ৰূপত মানুহৰ মনবোৰ ৰঙীন হৈ পৰক,বসন্তৰ আগমনত ফাকুৱা আৰু দৌলোৎসৱে সকলোৰে মন-প্ৰাণ পুলকিত কৰক, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক প্ৰকট হৈ উঠক তাৰেই কামনা কৰি ভগবন্তৰ শ্ৰীচৰণত সেৱা জনালোঁ।
#holi #holifestival #rang #krishna
1 week ago | [YT] | 22
View 1 reply
RAW FITNESS ASSAM
আজি ২৮/০২/২০২৬ তাৰিখে ৰাতিপুৱা ৭ বজাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ উপাধ্যক্ষা ৰীনা বেগম ডাঙৰীয়ানীৰ মাতৃ প্ৰয়াত জবেদা বেগমৰ মৃত্যু হয়।
প্ৰয়াত জবেদা বেগমে ৪৫ বছৰৰো অধিক সময় ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সেৱাদলৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈ দলৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ কংগ্ৰেছ দলৰ এগৰাকী বলিষ্ঠ আৰু নিষ্ঠাবান নেত্ৰী আছিল।
জীৱিত অৱস্থাত তেওঁৰ সান্নিধ্য লাভ কৰাটো মোৰ বাবে এক সৌভাগ্য আছিল। তেখেতে ৰাজনৈতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বিষয়ে মোৰ সৈতে বহু মূল্যবান আলোচনা কৰাৰ লগতে বিভিন্ন ৰাজনৈতিক দিশত উপদেশ আগবঢ়াইছিল।
এনে এগৰাকী মহান আৰু বলিষ্ঠ মহিলাৰ উপদেশক সাৰোগত কৰি মই মোৰ ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
প্তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।
@IndianNationalCongress
2 weeks ago | [YT] | 5
View 0 replies
RAW FITNESS ASSAM
প্ৰদেশ কংগ্ৰেছৰ নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক জ্যেষ্ঠ নেতা কৰ্মী সকলৰ সৈতে কাম কৰিবলৈ পোৱাটো মোৰ বাবে আশীৰ্বাদ। তেখেত সকলৰ জ্ঞান, অভিজ্ঞতা আৰু দলৰ প্ৰতি থকা সমৰ্পণে মোক বহু কথা শিকাইছে। মোৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ মই অতিকৈ আগ্ৰহী।
আগন্তুক দিনত অসমবাসীৰ আশীৰ্বাদ বিচাৰিছো। মোৰ বিশ্বাস যে আমি সকলোৱে মিলি আমাৰ ৰাজ্যৰ বাবে উন্নত ভৱিষ্যত গঢ়ি তুলিব পাৰিম। জয় আই অসম,জয় হিন্দ ।
Gaurav Gogoi
Indian National Congress - Assam
Priyanka Gandhi Vadra
Rahul Gandhi
Debabrata Saikia
Bhanwar Jitendra Singh
DK Shivakumar
Pradyut Bordoloi
Bhupesh Baghel
Manoj Chauhan
NSUI Assam
Achyut Kalita
#NSUIAssam
#ৰাইজৰপদূলিতৰাইজৰকংগ্ৰেছ
#NSUI_INDIA
#IndianNationalCongress
#AssamPradeshCongressCommittee
#CongressZindabad
4 weeks ago | [YT] | 14
View 2 replies
RAW FITNESS ASSAM
Listening to a leader who speaks strongly and with conviction yet strictly within the boundaries of decency, an MP whose oratory skills and in-depth speeches are admired across the nation is always a great pleasure. Met the honourable APCC President sri Gaurav Gogoi, one of the most educated and well mannered leaders in Assam politics, and and got his blessings and guidance for the upcoming elections and discussed about the issues faced by the people in the Central Guwahati LAC.
নিজৰ বক্তব্যক সদায় সজোৰে অথচ শালীনতাৰ সীমাৰ ভিতৰত থাকি উপস্থাপন কৰা এজন নেতা, এজন সাংসদ যাৰ ভাষণৰ গভীৰতা দেশজুৰি চৰ্চিত, তেনে এজন নেতাৰ কথা শুনাটো সদায়েই এটা আনন্দৰ অভিজ্ঞতা। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় শ্ৰী গৌৰৱ গগৈক কেন্দ্ৰীয় গুৱাহাটী বিধান সভা সমষ্টিৰ লোকসকল মূখামূখি হোৱা সমস্যাবোৰৰ বিষয়ে আলোচনা কৰাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে তেখেতৰ আশীৰ্বাদ আৰু পৰামৰ্শ লওঁ।
Gaurav Gogoi
Indian National Congress - Assam
4 weeks ago | [YT] | 11
View 0 replies
RAW FITNESS ASSAM
মহান পূৰ্বপুৰুষৰ আশীৰ্বাদে আমাক এক শক্তিশালী আৰু সমৃদ্ধিশালী বৰ অসম গঢ়িবলৈ শক্তি প্ৰদান কৰক। মে-ডাম-মে-ফীৰ পবিত্ৰ ক্ষণত টাই আহোম ৰাইজৰ মাজত উপস্থিত থাকি পৰম আনন্দিত হʼলো।
Warm greetings on Me-Dam-Me-Phi. May our ancestors bless us with peace and strength.
#medamephi
#AhomHeritage
#ahomdynasty
4 weeks ago | [YT] | 9
View 0 replies
RAW FITNESS ASSAM
পৱিত্ৰ বাথৌ পূজা উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।
প্ৰভু বাথৌয়ে সকলোলৈ শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক।
#bathoupooja #bathoupuja #bathowpuja
4 weeks ago | [YT] | 9
View 1 reply
RAW FITNESS ASSAM
Thanks to Niyomiya Barta for your support!
4 weeks ago | [YT] | 2
View 0 replies
RAW FITNESS ASSAM
A fulfilling day of devotion, interaction, and dedication beginning with blessings, engaging with students, serving the community, and concluding with meaningful meetings with people and party workers. Moving forward with commitment and gratitude. ✨
4 weeks ago | [YT] | 2
View 0 replies
RAW FITNESS ASSAM
Observe + Analysis + Result = Judgement
Full video of IFBB Mr. & Ms. Assam 2025 uploading soon.
3 months ago | [YT] | 14
View 0 replies
Load more