'প্ৰিয়ম দৰ্শন' চেনেলৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছো।
আমাৰ ভিডিঅবোৰ চাই থাকিব বাবে চেনেলটোক Subscribe কৰি দিব।


@priyam.darshan
@প্ৰিয়মদৰ্শন

#priyamdarshan
#প্ৰিয়মদৰ্শন


Priyam Darshan

আজি বৰ্তমানৰ সময় হৈছে ২০২৫ চনৰ ৩১ অক্টোবৰ।
১৫ ছেপ্টেম্বৰ তাৰিখে জুবিন দাই হাতে লিখা আখৰকেইটা আছিল:

Roi Roi Binale মোৰ নতুন Cinema. চাবলৈ আহিবা ''মৰমʼʼ জুবিন দা।"

তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই পত্ৰখন তেওঁৰ অন্তিম ছবি 'ৰৈ ৰৈ বিনালে' মুক্তি পোৱাৰ আগতে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এই পত্ৰখন আছিল তেওঁৰ মৰমৰ ৰাইজলৈ ছবিখন চাবলৈ কৰা এক মৰমভৰা আহ্বান।
'ৰৈ ৰৈ বিনালে' ছবিখন আজি ২০২৫ চনৰ ৩১ অক্টোবৰত দেশজুৰি মুক্তি লাভ কৰিছে। এইখন তেওঁৰ লিখা আৰু অভিনীত অন্তিমখন ছবি।

জুবিন গাৰ্গৰ এই ঐতিহাসিক সৃষ্টিখনক সমৰ্থন জনোৱাটো প্ৰতিজন অসমীয়া ৰাইজৰ বাবে এক আৱেগিক কৰ্তব্য।

দৌৰি দৌৰি যাম 'ৰৈ ৰৈ বিনালেʼ চাম

#justiceforzubeengarg

2 months ago (edited) | [YT] | 11