ইউ টিউব আৰু আমি
২০২০ চনত এখন নতুন পৃথিৱীত ভৰি দিছিলো আৰু সেয়া হৈছে ইউ টিউব। প্ৰথম দিনটোত হাতত আছিল এটা মোবাইল, ভিডিঅটোত নাছিল পোহৰৰ ব্যৱস্থা,মাইক নাছিল, নাছিল ভিডিঅ ৰেকৰ্ডিং কৰিবলৈ ষ্টেণ্ড। শ্ৰীমতীয়ে হাতেৰেই ধৰিছিল। মই লেপটপটো সন্মুখত লৈ কেমেৰা Face কৰি কথাবোৰ কৈছিলো।। ভিডিঅবোৰ stabilize কৰি Edit কৰিছিলো। লাহে লাহে Subscriber বাঢ়িবলৈ ধৰিলে। মাজতে কামৰ হেচাত ৫ মাহ এটাও ভিডিঅ দিয়া নাছিলো। মই এতিয়ালৈ ৰেকৰ্ডিং কৰা ভিডিঅ সমুহৰ বিষয়বস্তুবোৰ আছিল এনেধৰণৰ
১) কোভিড যোদ্ধাসকলক চিনাকি কৰি দিয়া
২) ফাৰ্মাচিষ্ট হিছাপে ঔষধৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা
৩) কেৰিয়াৰ বিষয়ক ভিডিঅ
৪) লকডাউনৰ পিছৰ সময়চোৱাৰ কথা আলোচনা
৫) নতুন প্ৰতিভাক চিনাকি কৰি দিয়া
৬) উপাৰ্জনৰ ৰাষ্টা দেখুৱাবলৈ কেঁচু সাৰ, গাহৰি পালন, অন্যান্য পশু পালনৰ বিষয়ে
৭)নাৰী সবলীকৰণৰ ভিডিঅ
৮) প্ৰতিষ্ঠিত ব্যক্তি বিশেষৰ লগত চিনাকি পৰ্ব
ইত্যাদি ইত্যাদি..
DRISHTIKON দৃষ্টিকোণ
1 year ago | [YT] | 3
View 1 reply
DRISHTIKON দৃষ্টিকোণ
Upcoming video
1 year ago | [YT] | 5
View 0 replies
DRISHTIKON দৃষ্টিকোণ
Happy birthday Zubeen Garg
Photo - 2011
4 years ago | [YT] | 3
View 0 replies
DRISHTIKON দৃষ্টিকোণ
Coming Soon..
4 years ago | [YT] | 2
View 0 replies
DRISHTIKON দৃষ্টিকোণ
দৃষ্টিকোণৰ তৰফৰ পৰা সমুহ অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো
4 years ago | [YT] | 1
View 2 replies
DRISHTIKON দৃষ্টিকোণ
Watch it... Shre it and like it
4 years ago | [YT] | 1
View 0 replies
DRISHTIKON দৃষ্টিকোণ
New video alert... Stay Tuned..
4 years ago | [YT] | 1
View 0 replies
DRISHTIKON দৃষ্টিকোণ
Miss You Deuta.. 😢😢
4 years ago | [YT] | 5
View 0 replies