Khel Premi Assam

নমস্কাৰ অসমৰ খেলপ্ৰেমী সকল । মই ডিম্পু বৰুৱা - #KhelPremiAssam ইউটিউব চেনেলৰ পৰিচালক । খেল জগতৰ বিভিন্ন খবৰ,বাতৰি এতিয়া এটা নিৰ্দিষ্ট জেগাত নিজৰ ভাষা অসমীয়াত । অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছ,FIFA বিশ্বকাপ আদিক সামৰি আমি আন বহুতো খেলৰ খবৰ নিজৰ ভাষা অসমীয়াত প্ৰচাৰ কৰিম । আশা কৰো ভিডিঅ' সমূহ বিয়পাই আপোনালোকে সহায় কৰিব । আমাৰ অন্য এটা চেনেলো আছে যাৰ নাম "Cricket Guru Assam" সেই চেনেলটোত প্ৰায়েই বহুতে কমেন্ট কৰি থাকে যে ক্ৰিকেটৰ ওপৰিও ফুটবল বা আন খেলবোৰৰ কথাও আলোচনা কৰিব লাগে । কিন্তু নামতে ক্ৰিকেট লাগি আছে বাবে আনবোৰ খেলৰ কথাও দিলে খেলি-মেলি হব যেন অনুভৱ হয় সেইবাবে আমি আনবোৰ খেলৰ বাবে "খেলপ্ৰেমী অসম" চেনেলৰ জৰিয়তে আপোনালোকৰ আগত নতুন ৰূপত 🔥 । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । খেলজগতৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত থেয়াৰ কৰি বিয়পাব বুলি আশা কৰিলো । জয় আই অসম ।
ডিম্পু বৰুৱা ,Khel Premi Assam .
Instagram :- @dimpu_cga


Khel Premi Assam

IFA SHIELDৰ নিজৰ শেষ গ্ৰুপ মেচত মোহনবাগানৰ বিৰুদ্ধে নামিব NEUFC । Fancodeত লাইভ সম্প্ৰচাৰ । আমাৰ চেনেলত POST MATCH আলোচনা লাভ কৰিব #NEUFC #IFASHIELD

2 weeks ago (edited) |[YT] | 88

Khel Premi Assam

IFA SHIELDত আজি নামিব NEUFC ... FANCODEত লাইভ হব । আমাৰ চেনেলত POST MATCH আলোচনা লাভ কৰিব #NEUFC #IFASHIELD

2 weeks ago (edited) |[YT] | 107

Khel Premi Assam

আজি নিশা ৭.৩০ বজাত ভাৰতীয় ফুটবল দলৰ সন্মুখত বিশ্বকাপ খেলা টীম পানামা । #IndiaVsPanama #IndianFootball

2 weeks ago |[YT] | 34

Khel Premi Assam

২২ ছেপ্টেম্বৰত এছিয়ান গেমছত ভাৰতৰ বিভিন্ন খেলৰ সময় । SONY SPORTS আৰু SONY LIV এপৰ জৰিয়তে লাইভ চাব পাৰিব আপুনি #AsianGames #AsianGames2026

3 weeks ago |[YT] | 25

Khel Premi Assam

২১ ছেপ্টেম্বৰত এছিয়ান গেমছত ভাৰতৰ বিভিন্ন খেলৰ সময় । SONY SPORTS আৰু SONY LIV এপৰ জৰিয়তে লাইভ চাব পাৰিব আপুনি #AsianGames #AsianGames2026

3 weeks ago |[YT] | 17

Khel Premi Assam

20 ছেপ্টেম্বৰত এছিয়ান গেমছত ভাৰতৰ বিভিন্ন খেলৰ সময় । SONY SPORTSৰ জৰিয়তে লাইভ চাব পাৰিব আপুনি #AsianGames #AsianGames2026

3 weeks ago |[YT] | 12

Khel Premi Assam

এছিয়ান গেমছৰ আৰম্ভণি হৈ গ'ল । আমি পোষ্ট আৰু আপডেট আনিবলৈ চেষ্টা কৰিম #AsianGames #AsianGames2026

3 weeks ago |[YT] | 29

Khel Premi Assam

ইষ্ট বেংগল বনাম আল আৰাবী AFC CHAMPIONS LEAGUE PRELIMINARY

2 months ago |[YT] | 6

Khel Premi Assam

আজি ডুৰাণ্ড কাপত NEUFC Vs KAMFC

2 months ago |[YT] | 105

Khel Premi Assam

কমনৱেলথ গেমছত আজি অৰ্থাৎ ১ আগষ্টত ভাৰতৰ বিভিন্ন খেলৰ সময় বোৰ #CWG #CWG2026 #CommonwealthGames

2 months ago |[YT] | 32