Khel Premi Assam

নমস্কাৰ অসমৰ খেলপ্ৰেমী সকল । মই ডিম্পু বৰুৱা - #KhelPremiAssam ইউটিউব চেনেলৰ পৰিচালক । খেল জগতৰ বিভিন্ন খবৰ,বাতৰি এতিয়া এটা নিৰ্দিষ্ট জেগাত নিজৰ ভাষা অসমীয়াত । অলিম্পিক, কমনৱেলথ গেমছ, এছিয়ান গেমছ,FIFA বিশ্বকাপ আদিক সামৰি আমি আন বহুতো খেলৰ খবৰ নিজৰ ভাষা অসমীয়াত প্ৰচাৰ কৰিম । আশা কৰো ভিডিঅ' সমূহ বিয়পাই আপোনালোকে সহায় কৰিব । আমাৰ অন্য এটা চেনেলো আছে যাৰ নাম "Cricket Guru Assam" সেই চেনেলটোত প্ৰায়েই বহুতে কমেন্ট কৰি থাকে যে ক্ৰিকেটৰ ওপৰিও ফুটবল বা আন খেলবোৰৰ কথাও আলোচনা কৰিব লাগে । কিন্তু নামতে ক্ৰিকেট লাগি আছে বাবে আনবোৰ খেলৰ কথাও দিলে খেলি-মেলি হব যেন অনুভৱ হয় সেইবাবে আমি আনবোৰ খেলৰ বাবে "খেলপ্ৰেমী অসম" চেনেলৰ জৰিয়তে আপোনালোকৰ আগত নতুন ৰূপত 🔥 । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । খেলজগতৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত থেয়াৰ কৰি বিয়পাব বুলি আশা কৰিলো । জয় আই অসম ।
ডিম্পু বৰুৱা ,Khel Premi Assam .
Instagram :- @dimpu_cga


Khel Premi Assam

কমনৱেলথ গেমছত আজি অৰ্থাৎ ১ আগষ্টত ভাৰতৰ বিভিন্ন খেলৰ সময় বোৰ #CWG #CWG2026 #CommonwealthGames

3 days ago | [YT] | 29

Khel Premi Assam

কমনৱেলথ গেমছৰ ইতিহাসত JUDO খেলত কেতিয়াও কোনো কালে কোনো ভাৰতীয়ই GOLD🥇মেডেল জয় কৰা নাছিল । আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ অস্মীতা ডেয়ে এই কামটো কৰিলে । নামটো মনত ৰাখিব পৰীক্ষাত সুধিব পাৰে ! #AshmitaDey #CommonwealthGames #CWG2026

4 days ago | [YT] | 53

Khel Premi Assam

আজি অৰ্থাৎ ৩১ তাৰিখে কমনৱেলথ গেমছত ভাৰতৰ বিভিন্ন খেলৰ সময় #CWG #CWG2026 #CommonwealthGames #TeamIndia

4 days ago | [YT] | 24

Khel Premi Assam

ভাৰত আৰু ব্ৰাজিলৰ মেচ হব 🔥

5 days ago | [YT] | 70

Khel Premi Assam

আজি অৰ্থাৎ ৩০ তাৰিখে কমনৱেলথ গেমছত ভাৰতৰ বিভিন্ন খেলৰ সময় #CWG #CWG2026 #CommonwealthGames #TeamIndia

5 days ago | [YT] | 16

Khel Premi Assam

আজি কমনৱেলথ গেমছত ভাৰতৰ বিভিন্ন খেলৰ সময় #CWG #CWG2026 #CommonwealthGames #TeamIndia

6 days ago (edited) | [YT] | 18

Khel Premi Assam

CWGত তেজস্বীন শংকৰ আৰু সৰ্বেশ কুশাৰে দুয়োজনে দেশক প্ৰতিনিধিত্ব কৰি হাইজাম্প মাৰি আছিল । শংকৰ মেডেলৰ ডাঙৰ প্ৰত্যাশী আছিল কাৰণ ২০২২ৰ CWGত তেখেতে ব্ৰঞ্জ জয় কৰি থৈছিল । তেনেতে শংকৰৰ ভৰিত আঘাত হ'ল আৰু তেওঁ ৰৈ যাব লগাত পৰে, মেডেলৰ আশা শেষ । নিজেই ৰৈ যাব লগা হ'ল যদিও তেওঁ লগৰে নৱাগত হাই জাম্পাৰ সৰ্বেশ কুশাৰেক নিজৰ দীঘলীয়া অভিজ্ঞতাৰ পৰা জ্ঞান দি আছিল যে কি পৰিস্থিতিত কি কৰিব লাগিব । তেওঁ যি যি শিকালে সৰ্বেশে সেই মতে কৰিলে । ফলাফল হিচাপে তেওঁ SILVER জিকিলে । তেওঁৰ সাধাৰণ শিকনিতে সৰ্বেশে SILVER জিকিলে , তেওঁ নিজেই সুস্থ হৈ থকা হেতেন তেওঁৰ নিজৰ GOLD নিশ্চিত আছিল । আমাৰ সমাজতো বা আমাৰ বন্ধু বৰ্গৰ মাজতো সফল লোক সকলৰ পৰা তেজস্বীন শংকৰৰ দৰে পৰোপকাৰী মনোভাৱ থকাটো অতিকৈ দৰকাৰী । #HighJump #CWG #CWG2026 #CommonwealthGanes #TejaswinShankar

1 week ago | [YT] | 28

Khel Premi Assam

কমনৱেলথ গেমছত আজি ভাৰতৰ বিভিন্ন খেলৰ সময়

1 week ago | [YT] | 15

Khel Premi Assam

কমনৱেলথ গেমছত আজি ভাৰতৰ বিভিন্ন খেলৰ সময় #CWG #CWG2026 #CommonwealthGames #TeamIndia

1 week ago (edited) | [YT] | 17