It is the place where all health related issues are discussed and advanced technology based image guided modern Life saving treatment of the diseases are placed for public awareness.


Dr Arup Karmakar

আজি বিশ্ব কৰ্কট ৰোগ দিৱস,

আমি কৰ্কট ৰোগৰ সৈতে সাহসেৰে যুঁজ দিবলৈ আগতীয়াকৈ চিনাক্তকৰণ, সময়মতে চিকিৎসা আৰু সচেতনতা বৃদ্ধি কৰি শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব লাগিব।

1 week ago (edited) | [YT] | 1

Dr Arup Karmakar

संविधान की शक्ति, लोकतंत का सम्मान और देश भक्ति का अभिमान गणतंत दिवस हमें अधिकारों के साथ कर्तव्यों की याद दिलाता है

जय हिंद, जय भारत

#RepublicDay

2 weeks ago (edited) | [YT] | 2

Dr Arup Karmakar

Varicose veins | ভেৰিকোজ ভেইন

42 years old Female Patients treated successfully for varicose veins at VASOCARE clinic, Guwahati Assam -7

অত্যাধুনিক লেজাৰৰ দ্বাৰা ভেৰিকোচ ভেইন ( ভৰিৰ শিৰা ফুলা ) ৰোগৰ বিশেষ চিকিৎসা ।এই চিকিৎসাত কোনোধৰনৰ কটাছিঙা বা দাগ নাথাকে l

ছবিখনৰ চিত্ৰগ্ৰহণ লেজাৰ চিকিৎসাৰ আগত আৰু চিকিৎসাৰ এমাহ পিছত ক্ৰমান্বয়ে ঠিক হৈ অহা দেখুৱাইছে ।

VARICOSE VEIN Can now be treated with advanced LASER TREATMENT


এতিয়া গুৱাহাটীৰ 'VASOCARE' Exclusive Interventional Radiology ক্লিনিকত উপলদ্ধ অভিজ্ঞ চিকিৎসক ভাছকুলাৰ আৰু ইণ্টাৰভেনছনেল ৰেডিওলজিষ্ট ডাঃ অৰূপ জ্যোতি কৰ্মকাৰ Dr Arup Karmakar MD

(AFMC, PUNE) DNB (NBE, NEW DELHI)


আপোনাৰ ভাছকুলাৰ আৰু টিউমাৰ জনিত ৰোগৰ অত্যাধুনিক surgery বিহীন চিকিৎসাৰ পৰামৰ্শ লোৱাৰ বাবে যোগাযোগ কৰক ভেছকেয়াৰ, ৰাজগড় ৰোড, গুৱাহাটী, 9967175414
Call us 📞 9967175414 / 7030643535


Location - Vasocare, Rajgarh Road, Guwahati Assam


Book An Appointment

website : www.drarupkarmakar.com/book-appointment

#DrArupKarmakar #BestInterventionalRadiologist #legpain #Doctors #interventionalradiology #guwahati #legulcerv

3 weeks ago | [YT] | 2

Dr Arup Karmakar

মাঘ বিহুৰ আন্তৰিক শুভেচ্ছাৰে

.
.
Best wishes from Dr Arup Karmakar

1 month ago | [YT] | 4

Dr Arup Karmakar

|| বিনামূলীয়া স্বাস্থ্য শিবিৰ ||
গুৱাহাটীৰ ৰাজগড় স্থিত "VASOCARE INTERVENTIONAL RADIOLOGY CLINIC" ত মায়াবিনী স্বাস্থ্য সেৱা প্ৰতি সোমবাৰে 10বজাৰ পৰা আৰম্ভ হ'ব।
তলত উল্লেখ কৰা নম্বৰত নতুন পঞ্জীয়নৰ বাবে যোগাযোগ কৰিব যাতে আমি সুচাৰু ৰূপে আপোনালোকক সেৱা আগবঢ়াব পাৰোঁ।
Contact Us / what’s app for Pre registration at 🤙99671 75414
Free consultation fee & Surgeon fee for any cancer and Tumor intervention // for Mayabini Free camp registered patient at Vasocare // Grab it // avail the limited time opportunities
Book an appointment
Call : 9967175414
www.drarupkarmakar.com/book-appointment
#JusticeForZubeenGarg

1 month ago | [YT] | 3

Dr Arup Karmakar

Happy new year🎊 2026

1 month ago | [YT] | 0

Dr Arup Karmakar

Merry Christmas

1 month ago | [YT] | 0