অসম এক্টিভ (Assam Active)😇

এইটো এটা Assamese YouTube channel য’ত আপুনি পাব বাস্তৱ জীৱনৰ প্ৰেৰণা জনোৱা ঘটনা, অসমৰ ভাইৰেল খবৰ, ভাৰতৰ গৌৰৱৰ মুহূর্ত, আৰু মানৱতাৰ স্পৰ্শ কৰা কাহিনী।
আমাৰ লক্ষ্য হৈছে মানুহক প্ৰেৰণা দিয়া, সমাজত ভাল বাৰ্তা প্ৰচাৰ কৰা আৰু অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰেৰণাদায়ক ঘটনাসমূহ সকলোলৈ পঠিওৱা।
প্ৰতিদিনে নতুন motivational video, viral story, emotional moment আৰু inspiring news আপলোড কৰা হয়।
আপুনি যদি প্ৰেৰণা, বাস্তৱ কাহিনী আৰু ভাইৰেল খবৰ ভাল পায়, তেন্তে আমাৰ channel subscribe কৰি আমাৰ লগত থাকক।
ধন্যবাদ