নমস্কাৰ ,
বন্ধু-বান্ধবীসকল,
সকলোৰে অনুৰোধত মই এটা নতুন চেনেল খুলিবলৈ বাধ্য হ'লো,
মোৰ এইটো চেনেলত আপোনালোকে মোৰ ব্যক্তিগত‌ জীৱনৰ Vlogs চাব পাৰিব |

চেনেলটো এতিয়াই Subscribe কৰিব আৰু আপোনালোকে মোৰ আন এটা চেনেল Assamese mixture ক যেনেকৈ সীমাহীন সহাৰি জনাইছে তেনেকৈ সহাৰি জনাব বুলি আশা কৰিছো |
ধন্যবাদ |

ভূষন পাঠক |
Bhukhan Pathak

Mail - bhukhapathak@gmail.com
bhushan.sachin.akki@gmail.com

Facebook - Bhukhan Pathak / Facebook.com

Twitter - @bhukhan_