নমস্কাৰ মই ৰাজ নীলে আপোনালোক সকলোকে মোৰ নিজাববীয়া You Tube চেনেল RAAJ NEEL MUSICAL লৈ আন্তৰিকতাৰে স্বাগতম জনালোঁ। সকলোৱে আদৰি ল'ব আৰু মোৰ সংগীতৰ জগতখনত আগুৱাই যাবলৈ আপোনালোকৰ আশীৰ্বাদ কৰিব।
মোৰ এইয়া আৰম্ভণিহে আৰু বহুদূৰ আগুৱাই যাবলৈ আপোনালোকৰ সাহস আৰু প্ৰেৰণা অতিকৈ প্ৰয়োজন।
ধন্যবাদ
RAAJ NEEL
Any Query - 9864276589
RAAJ NEEL MUSICAL
My New Song
Coming Soon...
#dhuniya_suwali
#raaj_neel
#raaj_neel_musical
1 year ago | [YT] | 26
View 1 reply
RAAJ NEEL MUSICAL
সমূহ অসম বাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
2 years ago | [YT] | 39
View 2 replies
RAAJ NEEL MUSICAL
নমস্কাৰ মই ৰাজনীল। অতি সোনকালেই নয়নতৰা আহি আছে। আৰু কাষৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ যোগাযোগ কৰিব পাৰে। তলৰ নম্বৰত ৯৮৬৪২৭৬৫৮৯
2 years ago | [YT] | 36
View 3 replies
RAAJ NEEL MUSICAL
সকলো অসম বাসীলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাছিলো। লগতে মোৰ এ মিনি গীতটো শুনিব।
3 years ago | [YT] | 73
View 3 replies
RAAJ NEEL MUSICAL
আপোনালোকে এ মিনি চালেনে
3 years ago | [YT] | 29
View 0 replies
RAAJ NEEL MUSICAL
Coming Soon
Stay connected
@RAAJNEELMUSICAL
3 years ago | [YT] | 45
View 1 reply
RAAJ NEEL MUSICAL
Coming soon my new song .
3 years ago | [YT] | 49
View 0 replies