Educational Solutions



Educational Solutions

Tense rules in Assamese

1 week ago | [YT] | 1

Educational Solutions

HSLC rejault will be declared

1 month ago | [YT] | 4

Educational Solutions

প্ৰ: মোৰ খাব লাগে। ইংৰাজী হ'ব ?

1 month ago | [YT] | 0

Educational Solutions

Voice Change rules |Active to passive in Assamese #shahinsir

1 month ago | [YT] | 0

Educational Solutions

General knowledge

1 month ago | [YT] | 1

Educational Solutions

English reading skills rules

1 month ago | [YT] | 0

Educational Solutions

Q. Who was Lencho ?

1 month ago | [YT] | 0

Educational Solutions

A letter to God

1 month ago | [YT] | 3

Educational Solutions

2026 ৰ HSLC পৰীক্ষা দিবলৈ ওলোৱা আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ কথা:👇

1) Exam Hall ত Admit Card, Registration Card আৰু ক'লা বা নীলা কলম লগত লৈ যাবা।

2) পৰীক্ষাৰ বহীৰ ওপৰত Admit চাই Roll আৰু No.এই দুটা ভালকৈ বহাবা।
Question Paper(প্ৰশ্নকাকত)দিয়াৰ পিছত 5 মিনিট সময় এফালৰ পৰা প্ৰশ্নবিলাক চাই লবা তাৰ পিছত লিখিবা।

3) প্ৰথম 1 ঘন্টাৰ ভিতৰত MCQ বিলাক সমাধান কৰি শেষ কৰিবা, MCQ পিছত লিখিম বুলি OMR Sheet লৈ বহি নাথাকিবা। কাৰণ 1 ঘন্টা পিছত কিন্তু OMR Sheet জমা লব।

4) যিবিলাক প্ৰশ্নৰ উত্তৰ লিখিব পাৰা সেইবিলাক আগতে লিখিবা আৰু নোপোৱা প্ৰশ্নৰ উত্তৰবিলাক পিছত লিখিবা, মুঠতে কোনো প্ৰশ্ন এৰি থৈ নাহিবা আৰু উত্তৰ লিখোতে প্ৰশ্নৰ Question No.ৰ প্ৰতি লক্ষ্য ৰাখিবা যাতে Question No.ঠিক থাকে।

5) প্ৰথমৰ পৰাই পাৰিলে চালু কৰি লিখিবা/speed ত লিখিবা কাৰণ speed ত নিলিখিলে কেতিয়াবা পোৱা প্ৰশ্নৰ উত্তৰ এৰি থৈ আহিব লাগে আৰু পিছত গৈ বেয়া লাগে। গতিকে তোমালোকৰ যাতে তেনেকুৱা নহয়।

5 months ago | [YT] | 5

Educational Solutions

মেট্ৰিক পৰীক্ষাত MCQ কিমান নম্বৰৰ আহে?

6 months ago | [YT] | 26