নমস্কাৰ অসমৰ ক্ৰিকেট অনুৰাগী সকল । #cricketnewsmanoranjan ইউটিউব চেনেলৰ পৰিচালক । ক্ৰিকেটৰ বিভিন্ন খবৰ,বাতৰি,কাহিনী তথা ক্ৰিকেট বিশ্লেষণ নিজৰ ভাষা অসমীয়াত ভিডিঅ' আকাৰত প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে এই চেনেলটো খোলা হৈছে । আশা কৰো আপোনালোকে মৰম দিব,উৎসাহ দিব আৰু ভিডিঅ' সমূহ উপভোগ কৰি উপকৃত হব । লগতে আপোনাৰ চিনাকি অসমীয়া ক্ৰিকেট প্ৰেমী ব্যক্তিকো ভিডিঅ'বোৰ ছেয়াৰ কৰি মোক আগুৱাই যোৱাত উৎসাহ দিব ।
#cricketnewsmanoranjan ইউটিউব চেনেলৰ উপৰিও ফেচবুক পেজ হিছাপেও উপলব্ধ । গতিকে অসমৰ ক্ৰিকেটপ্ৰেমী ৰাইজে ক্ৰিকেটৰ বিভিন্ন কথা-বতৰা,কাহিনী, খবৰ আদি নিজৰ ভাষা অসমীয়াত জানিবৰ বাবে ইউটিউবত চাবছক্ৰাইব কৰিব "Cricketer News Manoranjan । ক্ৰিকেটৰ কথাবোৰ নিজৰ ভাষা অসমীয়াত বিয়পাৱক । জয় আই অসম ||