Hi Welcome to My ChannelMon jai ketiyaba @Mon jai ketiyaba #statusvideo #shortminivlogs #short #shortminivlogs #minivlog #viralvideo #assamese #trending #shorts
Mon Jai ketiyaba [ মন যায় কেতিয়াবা]
#justiceforzubeengarg
3 months ago | [YT] | 4
View 0 replies
আবেলিৰ হিয়া শাঁত পৰা এজাকি কোমল সমীৰণ,সমীৰণে আহি চুমি গৈছে গালে-মুখে সানি গৈছে আলফুলীয়া মৰমৰ বোলন।হেঙুলীয়া ৰবি ডুবিবৰ সময়ত পশ্চিমাকাশত দেৱগণে পাতিছে ৰঙৰে মেলা,লাজুকভাৱে বেলিটি তললৈ নামিছে উজ্জ্বলাই তুলিছে এই মধুৰময় সন্ধ্যা।ৰিণি-ৰিণি ভাঁহি কাণত পৰিছে নামঘৰত দবাৰ শব্দ,
2 years ago | [YT] | 5
View 2 replies
আতৰি যাওঁ---+++----বহু দুৰলৈ তোমাৰ পৰা আতৰি যামআতৰে আতৰে তোমাৰ খবৰ লম তুমি বা কেনে আছা ,যিদিনা তোমাৰ কাষত বহি তোমাক কৈছিলো বহুত বেছি ভাল পাওঁসেইদিনা তুমি মোক একো নোকোৱাকৈ আতৰি গৈছিলা,তুমিয়েই টো শিকাইছিলা মৰম ভাল পোৱা ,তুমিয়েই টো কৈছিলা এজনে সিজনক একপল নেদেখা থাকিব নোৱাৰাক ভাল পোৱা কয় আজি কিয় তুমি এই কথা পৰা আতৰি গলা,? তোমাৰ পৰাই আৰম্ভ কৰিলো মোৰ জীৱনৰ প্ৰথম পৃষ্ঠা কবিতা,তোমাৰ সুখৰ বাবে যদি তোমাৰ পৰা আতৰি যাব লাগে তেন্তে মই আতৰি যাওঁ,চাবা মোক লৈ এদিন বহুত কান্দিবাতোমাৰ মোলৈ বহুত বেছি মনত পৰিবতেতিয়া মই এই পৃ্থিৱী পৰা বহুত বেছি দুৰত থাকি তোমাক চাম,তেতিয়া বহুত বেছি পলম হব,,
3 years ago | [YT] | 4
View 1 reply
Mon Jai ketiyaba [ মন যায় কেতিয়াবা]
#justiceforzubeengarg
3 months ago | [YT] | 4
View 0 replies
Mon Jai ketiyaba [ মন যায় কেতিয়াবা]
আবেলিৰ হিয়া শাঁত পৰা
এজাকি কোমল সমীৰণ,
সমীৰণে আহি চুমি গৈছে
গালে-মুখে সানি গৈছে
আলফুলীয়া মৰমৰ বোলন।
হেঙুলীয়া ৰবি ডুবিবৰ সময়ত
পশ্চিমাকাশত দেৱগণে পাতিছে ৰঙৰে মেলা,
লাজুকভাৱে বেলিটি তললৈ নামিছে
উজ্জ্বলাই তুলিছে এই মধুৰময় সন্ধ্যা।
ৰিণি-ৰিণি ভাঁহি কাণত পৰিছে
নামঘৰত দবাৰ শব্দ,
2 years ago | [YT] | 5
View 2 replies
Mon Jai ketiyaba [ মন যায় কেতিয়াবা]
আতৰি যাওঁ
---+++----
বহু দুৰলৈ তোমাৰ পৰা আতৰি যাম
আতৰে আতৰে তোমাৰ খবৰ লম
তুমি বা কেনে আছা ,
যিদিনা তোমাৰ কাষত বহি তোমাক কৈছিলো বহুত বেছি ভাল পাওঁ
সেইদিনা তুমি মোক একো নোকোৱাকৈ আতৰি গৈছিলা,
তুমিয়েই টো শিকাইছিলা মৰম ভাল পোৱা ,
তুমিয়েই টো কৈছিলা এজনে সিজনক একপল নেদেখা থাকিব নোৱাৰাক ভাল পোৱা কয়
আজি কিয় তুমি এই কথা পৰা আতৰি গলা,?
তোমাৰ পৰাই আৰম্ভ কৰিলো মোৰ জীৱনৰ প্ৰথম পৃষ্ঠা কবিতা,
তোমাৰ সুখৰ বাবে যদি তোমাৰ পৰা আতৰি যাব লাগে তেন্তে মই আতৰি যাওঁ,
চাবা মোক লৈ এদিন বহুত কান্দিবা
তোমাৰ মোলৈ বহুত বেছি মনত পৰিব
তেতিয়া মই এই পৃ্থিৱী পৰা বহুত বেছি দুৰত থাকি তোমাক চাম,
তেতিয়া বহুত বেছি পলম হব,,
2 years ago | [YT] | 5
View 0 replies
Mon Jai ketiyaba [ মন যায় কেতিয়াবা]
3 years ago | [YT] | 4
View 1 reply