ABINASH PRIYAM MUSICAL

Abinash Priyam, a Singer,Song Writer,Composer and Performer of Assam.




Follow Me On Instagram:
www.instagram.com/abinash_priyam_official

Facebook:www.facebook.com/abinashpriyam1

Page :www.facebook.com/abinashpriyamofficial/




ABINASH PRIYAM MUSICAL

বহুতো নপুৰণি গীতেৰে,অলপ ব্যতিক্ৰমী ভাৱে আমি একেলগে এইবাৰ ব’হাগত আপোনালোকক এপাক নচোৱাবলৈ বিহুৰ মঞ্চৰ বাবে সাজু হৈছো৷
গতিকে আপোনালোকৰ কাষৰ বিহু মঞ্চখনৰ বাবে আজিয়েই তলত দিয়া নম্বৰত যোগাযোগ কৰক৷ধন্যবাদ❤️🙏

☎️ 9101067039
☎️ 9864552153

#bihushow2025
#wondersisters
#abinashpriyam

9 months ago | [YT] | 38

ABINASH PRIYAM MUSICAL

Rohimola 2025..

Releasing soon..

11 months ago | [YT] | 31

ABINASH PRIYAM MUSICAL

https://youtu.be/JsL1sDmEWBA?si=0LnJE...
অৱশেষত আমাৰ ‘’প্যাৰ জাগালি’’ গীতটি আপোনালোকলৈ আগবঢ়াই দিলো৷শুনিবচোন শুনি কেনে পালে জনাব৷ আপোনলোকৰ মৰম আৰ্শীবাদ পাম বুলি আশা কৰিলো৷ধন্যবাদ🙏❤️

1 year ago (edited) | [YT] | 6

ABINASH PRIYAM MUSICAL

সমূহ অসমবাসীলৈ অসমীয়া নৱবৰ্ষৰ লগতে বাপতিসাহোন হেপাহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো৷

1 year ago | [YT] | 65

ABINASH PRIYAM MUSICAL

আপোনালোকৰ মৰম আৰ্শীবাদ পাম আশা কৰিছো৷ যোগাযোগ কৰিব দেই❤️🙏

1 year ago | [YT] | 49

ABINASH PRIYAM MUSICAL

বহু আশাৰে, বহু হেপাঁহেৰে অৱশেষত আমাৰ “মইনাকণ তোকে ভালেপাং’’ ভিডিঅ’টো আপোনালোকলৈ আগবঢ়াই দিলো৷ আশা কৰো আপোনালোকৰ মৰম আৰ্শীবাদ পাম, ভিডিও’টি ভাল পালে শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব৷ ধন্যবাদ❤️🙏
https://youtu.be/zA_dtlLqfeo

1 year ago | [YT] | 3

ABINASH PRIYAM MUSICAL

আপোনালোকৰ মৰম আৰ্শীবাদ শিৰত লৈ প্ৰত্যেক বছৰৰ দৰে এইবছৰো মই বিহু মঞ্চৰ বাবে সাজু হৈছো৷ আপোনালোকৰ কাষৰ মঞ্চখনৰ বাবে আজিয়েই যোগাযোগ কৰক৷ধন্যবাদ❤️🙏

1 year ago | [YT] | 33

ABINASH PRIYAM MUSICAL

অসমবাসী ৰাইজৰ মৰম আৰু আৰ্শীবাদ বিছাৰি পুনৰ ৰঙালী বিহু মঞ্চৰ বাবে সাজু হৈছো।খবৰ এটা কৰিব দেই৷🙏

1 year ago | [YT] | 46

ABINASH PRIYAM MUSICAL

https://youtu.be/prs71EzMDzs?si=1hXgv...
আমাৰ এটি নতুন গীত ভাইটি ৰাগ মৃনালৰ কণ্ঠত৷শুনিবচোন, কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব❤️🙏

1 year ago | [YT] | 10