জীৱন যত্ন

Welcome to ✨"জীৱন যত্ন"✨ – This channel is all about how I started my business from home, কেনেকৈ challenges face কৰি আগবঢ়িলোঁ, আৰু future-ত কেনেকৈ various business ideas try কৰিব খুজিছোঁ, সেয়া আপোনালোকৰ সৈতে share কৰিম।

মোৰ উদ্দেশ্য হৈছে – ঘৰৰ পৰা business আৰম্ভ কৰিবলৈ motivate কৰা, যাতে যিসকলে আৰম্ভ কৰিব খুজিছে but confused or hesitant, তেওঁলোকে এই video-বোৰৰ পৰা inspiration আৰু practical ideas পাব পাৰে।

Here you'll find real-life experience, step-by-step guidance, and simple explanations – যি আপোনাৰ নিজৰ business journey আৰম্ভ কৰাত helpful হব।

"জীৱন যত্ন" মানে হৈছে – your life, your care, your effort. এই চেনেলটোৰে মই আপোনালোকক encourage কৰিম যাতে নিজে কিছু কৰি উঠিবলৈ সাহস পায়।

Subscribe কৰক, journey-টোত মোৰ লগত থাকক, আৰু একেলগে grow হওঁ।

For business/collaboration এইটোত contact কৰিব - prachurjya87@gmail.com / 9678004169


জীৱন যত্ন

Next video কি topicত বনাওঁ বন্ধুসকল ?

1 year ago | [YT] | 3