এই চেনেলত অসমীয়া গল্প, উপন্যাস, কবিতা, শিশু সাহিত্য আৰু শিক্ষামূলক ভিডিঅ' আপলোড কৰা হয়। তদুপৰি ভ্ৰমণ সম্বলিত ভিডিও ও লাভ কৰিব। নতুন ভিডিঅ' পাবলৈ Subscribe কৰক।
Welcome to DDK Blogs. This channel shares Assamese stories, poems, literature, cultural programs, and educational content. Subscribe for regular content.
Dz Entertainment
"আজিৰ এই ব্যস্ত জীৱনত, আমি আচলতে কি বিচাৰিছোঁ বাৰু? টকা-পইচা, নে অলপ শান্তি?"
"কেতিয়াবা ভাবি চালে আচৰিত লাগে। সৰুতে এটা ভঙা পুতলাতে যিটো আনন্দ আছিল, আজি ডাঙৰ হৈ ইমানবোৰ বস্তু পোৱাৰ পিছতো সেই সুখকণ ক’ৰবাত হেৰাই গ’ল। আচলতে সুখ বস্তুত নাথাকে, সুখ থাকে সন্তুষ্টিত। নিজৰ হাতত থকা খিনিৰ বাবে এবাৰ ভগৱানক ধন্যবাদ জনাই চাওক, দেখিব মনটো পাতল লাগিব।"
"কথাষাৰ যদি সঁচা বুলি ভাবিলে, তেন্তে আপোনাৰ আপোনজনৰ সৈতে Share কৰক। আৰু এনেকুৱা ধুনীয়া কথা সদায় শুনিবলৈ চেনেলটো এতিয়াই Subscribe কৰক।"
1 month ago | [YT] | 0
View 0 replies
Dz Entertainment
1 year ago | [YT] | 0
View 0 replies