My Name is Dhiraj Das. I'm From Barpeta (Chenga) Assam.
This is Assamese Vlog Channel.


This Channel is All About : Life Style Vlog, Travel Vlog, Moto Vlog, Travel New Place Explore, Food Challenge Video, Challenge Video, Prank Video, Funny Video.


For Any Business Queries.
E mail - yvdhiraj116@gmail.com


যদি আপোনালোকে মোৰ Youtube Channelr Video চাই ভাল পাই Plzzzzzzzzz🙏🙏🙏 LIKE,COMMENT,SHARE & SUBSCRIBE কৰিব |


Thank You By By 👋👋


Dhiraj Vlogs

২০২৬ চনৰ বছৰৰ প্ৰথম দিনটোতে গুৱাহাটীত থকা শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ মন্দিৰত আহিলোঁ আৰু সকলোকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ❤️ নতুন বছৰে সকলোৰে জীৱনত নতুন আশা, নতুন সপোন আৰু সকলোৰে পৰিয়াললৈ সুখ কঢ়িয়াই আনক 🙏

2 weeks ago | [YT] | 14

Dhiraj Vlogs

জুবিন দাৰ কাৰণে সকলো ত্যাগ কৰি জুবিন ক্ষেত্ৰ ত ৰাতিয়ে দিনে কষ্ট কৰি থকা মানুহ জন হৈছে মোৰ লগত থকা এইজন ❤️🙏

#justiceforzubeengarg

2 weeks ago | [YT] | 16

Dhiraj Vlogs

মোৰ মাহীৰ বিয়া 😍❤️

1 month ago | [YT] | 10

Dhiraj Vlogs

হঠাৎ আজি Zepel দাক লগ পালোঁ 😍❤️

1 month ago | [YT] | 5

Dhiraj Vlogs

জয় জুবিন দা 😭❤️ আমাক ন্যায় লাগে 😭🙏 আপোনালোকে পাহৰিলে নেকি দাদাই এতিয়া লৈকে ন্যায় পোৱা নাই 😭😭😭

1 month ago | [YT] | 11

Dhiraj Vlogs

৫ ডিচেম্বৰ তাৰিখে ভূষণ দাই আফ্ৰিকা যাব তাৰ কাৰণে আজি আমি সকলোৱে মিলি ভূষণ দাক শুভেচ্ছা দিলোঁ 😍❤️

1 month ago | [YT] | 7

Dhiraj Vlogs

অসমৰ দুজন জনপ্ৰিয় ব্যক্তিৰ মাজত মই 😍 লগতে মোৰ গুৰু ❤️

1 month ago | [YT] | 15

Dhiraj Vlogs

🪔🥺

2 months ago | [YT] | 0

Dhiraj Vlogs

আজি জুবিন দাৰ সমাধিক্ষেত্ৰ লৈ আহিলো 🥺 দাদা আপুনি আমাক বহুত দি গ'ল কিন্তু এতিয়ালৈকে আপোনাক আমি ন্যায় দিব পৰা নাই 😭😭😭

2 months ago | [YT] | 5