THE FAMILY ALBUM

নমস্কাৰ। আমাৰ Digital home on Youtube লৈ আপোনালোকক আদৰিছোঁ। আমাৰ জীৱনৰ স্মৃতিবোৰ জীপাল কৰি ৰখাৰ উদ্দেশ্যৰে আমি Channel তো আৰম্ভ কৰিছিলোঁ।
জীৱনৰ বিশেষ দিন আৰু মুহূৰ্তবোৰ ইয়াত ৰাখি যাতে আমি পুনৰ সেইদিনবোৰ ৰোমন্থন কৰিব পাৰোঁ... আশা কৰোঁ আপোনালোক সকলোৱে মৰম দিব। ধন্যবাদ।