Thank You so much Guys...keep loving keep supporting

Us....

If Anyone Want to contact for Promotion with us please send a mail

bikashsaikia10@gmail.com


Bikash Saikia

“PREMOR ANUBHOB” Sunday 6 P.M ত আহি আছে 💞 সকলোৱে মৰম দিব 🙏🎬

#trending #assamese #shortfilm #lovestory #bikashsaikia

1 month ago | [YT] | 129

Bikash Saikia

"প্ৰেমৰ অনুভৱ " 💞 New Project Start Korisu ajir Pora. Oti Hunkale ahe ase new Webflim.. ❤️ PREMOR ANUBHOB ❤️

5 months ago | [YT] | 67

Bikash Saikia

বিদায় জুবিন দা , তুমি সদায় আমাৰ হৃদয়ত থাকিবা ✨ ইমান দিন গুৱাহাটীতে থকা সত্ত্বেও তোমাক লগ কৰিম কৰিম কৈ থাকি গ'ল সেইটো দুখ আজীৱন ৰৈ যাব মোৰ জীৱনত। বিহু অনুষ্ঠানত যোৱাৰ সাহস নহ'ব চাগে আৰু, অসম থকা লৈকে জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকিব, ভালপাও তোমাক তোমাৰ স্থান কেতিয়াও কোনেও ল'ব নোৱাৰে 🥺 #Zubeen #ZubeenGarg

7 months ago (edited) | [YT] | 153

Bikash Saikia

"মোৰ হিয়াৰ লখিনী" চাই কেনেকুৱা পালে Comment এটা কৰি জনাব চোন | যদি চোৱা নাই তলৰ link Click কৰক 🙏
https://youtu.be/nWL9rEni6Yk?si=RSG6y...

7 months ago (edited) | [YT] | 344

Bikash Saikia

অহা কালিলৈ সন্ধিয়া 7 PM ত "মোৰ হিয়াৰ লখিমী" আপোনালোকৰ মাজলৈ মুকলি কৰি দিম । সকলোৱে যেন মৰম আৰু আৰ্শীবাদ দিয়ে 🙏

7 months ago | [YT] | 365

Bikash Saikia

Our Officially first Poster of "মোৰ হিয়াৰ লখিমী" 💙

#content #contentcreator #system #virel #poster #poster #shortfilm #shortfilm #youtube #lovestory

9 months ago | [YT] | 70

Bikash Saikia

New Project Start Korisu aji Pora, oti Hunkale ahei ase new webfilm.. ❤️ মোৰ হিয়াৰ লখিমী ❤️

9 months ago | [YT] | 65

Bikash Saikia

Shooting ৰ কিছু দিশ্য, 4 নম্বৰ খণ্ডটো সকলোৱে চলে নে ?
Link: https://youtu.be/LDMcfRNWcyQ?si=gAAoe...

11 months ago | [YT] | 106

Bikash Saikia

“MUKHA“ Episode 2 Released on Tomorrow 6 PM ( 25 April - Friday ) 🙏
Do Support Guys 💕

1 year ago (edited) | [YT] | 33

Bikash Saikia

https://youtu.be/VyzMHBfun1k?si=lFA1i...
বহু অপেক্ষাৰ অন্তত " মুখা " Web Series খন আপোনালোকৰ মাজলৈ আগবঢ়ায় দিয়া হল । সকলোৱে মৰমেৰে আকোঁৱালি লয় যেন । ❤️❤️

1 year ago | [YT] | 11