Hey guyss ❤️
I am Karisma and
Welcome to my channel, this is my new channel since I lost my previous channel😞🥺, so guys here you will find vlogs, recipes, music videos etc...

Will try my best to entertain you all 😉

Please do subscribe to my channel 🙌




Karisma's_world

ZG Forever ❤

2 months ago | [YT] | 16

Karisma's_world

জুবিন দা, তুমি নথকা সম্পূর্ণ ১ মাহ হল 😔। কিন্তু তুমি আমাৰ মাজৰ পা এনেকে আতৰি যাব নোৱাৰা, অসম যেতিয়ালে থাকিব, তুমিও আমাৰ মাজত সদায় থাকিবা। সেয়ে আজিৰ দিনতোত এনেকেই তোমাক শ্মৰন কৰিবলৈ চেষ্টা কৰিছো। তোমাৰ সৃষ্টি আমাৰ মাজত সদায় থাকিব। এনেকোৱা এটা দিন যোৱা নাই যোন দিনা তোমাৰ গান নোখোনাকে থাকিব পাৰিছো।
জুবিন দা তুমি অমৰ 🙏
১ মাহ হল কিন্তু আমি এতিয়ালে ন্যায় পোৱা নাই, আমাক ন্যায় লাগিবই, অসম তেতিয়া হে শান্তি হব।

#justiceforzubeengarg #justiceforzubeenda #zubeengarg #zubeengargart

3 months ago | [YT] | 0