I am freelancer and Birder / wild life photographer
Rupjyoti Hazarika
solo birding, new vlog is coming soon.
1 year ago | [YT] | 6
View 0 replies
Light_room_tutorial
3 years ago | [YT] | 2
" শব্দ যদি প্ৰেৰণা হয় শব্দ যদি শকতি হয়শব্দ আজি কিয় শংকতিত ;শব্দ যদি ব্ৰহ্মবৃক্ষশব্দ যদি চিৰশুদ্ধ শব্দ আজি কিয় সংকুচিত;শব্দ আজি বাকৰুদ্ধ শব্দ আজি কাৰাৰুদ্ধশব্দ আজি নাজেই নিজত আৱদ্ধ ...."-জুবিন গাৰ্গলৈ জন্ম দিনৰ শুভকামনা।#Rj_Vlog.#Jorhat.#RupjyotiHazarika_Youtube_Channel.#zubingarg #Zubeen_Garg
3 years ago | [YT] | 5
"ভোগদৈৰ পাৰত নীলিম মহন্তক লগ পালো " -ৰং তুলিকাৰে সকলোকে ৰঙীন কৰি পেলোৱা এক শিল্পী নীলিম মহন্ত।আজি প্ৰায় আবেলি ৫ মান বজাত এক বিশেষ কামত যোৰহাট টাউনৰ ফালে যাওতে আমাৰ ভোগদৈ দলংৰ ওপৰেদি টাউনলৈ বুলি গৈ থকা এখন টাটা দিআই গাড়ীত ধৰি আলাসতে গৈ থকা এজন চাইকেল আৰোহীক দেখিলো। তেওঁৰ চাইকেলৰ হেন্দেলত এখন গামোছা আৰু এটা জাপি। চাইকেলৰ কেৰিয়াৰত এটা বেগ। তেওঁৰ পেণ্টতোত লাগি থকা ৰংবোৰৰ পৰা মই চিনি পালো তেওঁক। তেওঁ আন কোনো নহয় ,তেওঁ হৈছে অসমৰ এজন জনপ্ৰিয় চিত্ৰশল্পী নীলিম মহন্ত। তেওঁক মাত এষাৰ দিমবুলি মটৰ চাইকেলৰ পৰাই মাত লগালো আৰু ৰবলৈ ক'লো। তেওঁৰ এই কেইদিন চছিয়েল মেডিয়াৰ পোষ্ট বোৰ আৰু লাইভ ভিডিঅ সমুহৰ পৰা তেওঁ মাজুলীলৈ যোৱাৰ খবৰটো পাইছিলো। কিন্ত এনে দৰে লগ পাই যাম বুলি ভবা নাছিলো। তেওঁৰ লগত কেইমিনিট মান কথা পাতিলো। মাজুলীৰ ৰাসৰ অভিজ্ঞতাৰ বুজ ললো। তেওঁ আজি যোৰহাটতে থাকিম বুলি ক'লে। তেওঁৰ সহজ সৰল গুণতো ভাল লাগিল। তেওঁক লগপোৱাৰ চিনস্বৰুপে একে লগে ফটো উঠি তেওঁক বিদায় দিলো। কিছু দুৰলৈকে তেওঁক মন কৰিলো। অৱশেষত গড় আলিৰ ব্যস্ততাৰ মাজত সেই ৰঙীন শিল্পী জন লুকাপ পৰিল!#NilimMahanta
3 years ago | [YT] | 7
Happy Diwali.#Festive Lady.Rongoli Art By # Trivenee Hazarika.
3 years ago | [YT] | 6
Black-hooded oriole
3 years ago | [YT] | 8
|| Hornbill || Jorhat || 2022 ||Save Hornbill.
4 years ago | [YT] | 16
|| A Colony of Lesser adjutant stork |||| বৰটোকোলা চৰাই |||| যোৰহাট ||
4 years ago | [YT] | 19
Happy Diwali..2021
4 years ago | [YT] | 14
Sarala wetland.Jorhat.
4 years ago | [YT] | 12
Load more
Rupjyoti Hazarika
solo birding, new vlog is coming soon.
1 year ago | [YT] | 6
View 0 replies
Rupjyoti Hazarika
Light_room_tutorial
3 years ago | [YT] | 2
View 0 replies
Rupjyoti Hazarika
" শব্দ যদি প্ৰেৰণা হয়
শব্দ যদি শকতি হয়
শব্দ আজি কিয় শংকতিত ;
শব্দ যদি ব্ৰহ্মবৃক্ষ
শব্দ যদি চিৰশুদ্ধ
শব্দ আজি কিয় সংকুচিত;
শব্দ আজি বাকৰুদ্ধ
শব্দ আজি কাৰাৰুদ্ধ
শব্দ আজি নাজেই নিজত আৱদ্ধ ...."
-জুবিন গাৰ্গলৈ জন্ম দিনৰ শুভকামনা।
#Rj_Vlog.
#Jorhat.
#RupjyotiHazarika_Youtube_Channel.
#zubingarg
#Zubeen_Garg
3 years ago | [YT] | 5
View 0 replies
Rupjyoti Hazarika
"ভোগদৈৰ পাৰত নীলিম মহন্তক লগ পালো " -
ৰং তুলিকাৰে সকলোকে ৰঙীন কৰি পেলোৱা এক শিল্পী নীলিম মহন্ত।
আজি প্ৰায় আবেলি ৫ মান বজাত এক বিশেষ কামত যোৰহাট টাউনৰ ফালে যাওতে আমাৰ ভোগদৈ দলংৰ ওপৰেদি টাউনলৈ বুলি গৈ থকা এখন টাটা দিআই গাড়ীত ধৰি আলাসতে গৈ থকা এজন চাইকেল আৰোহীক দেখিলো। তেওঁৰ চাইকেলৰ হেন্দেলত এখন গামোছা আৰু এটা জাপি। চাইকেলৰ কেৰিয়াৰত এটা বেগ। তেওঁৰ পেণ্টতোত লাগি থকা ৰংবোৰৰ পৰা মই চিনি পালো তেওঁক। তেওঁ আন কোনো নহয় ,তেওঁ হৈছে অসমৰ এজন জনপ্ৰিয় চিত্ৰশল্পী নীলিম মহন্ত। তেওঁক মাত এষাৰ দিমবুলি মটৰ চাইকেলৰ পৰাই মাত লগালো আৰু ৰবলৈ ক'লো।
তেওঁৰ এই কেইদিন চছিয়েল মেডিয়াৰ পোষ্ট বোৰ আৰু লাইভ ভিডিঅ সমুহৰ পৰা তেওঁ মাজুলীলৈ যোৱাৰ খবৰটো পাইছিলো। কিন্ত এনে দৰে লগ পাই যাম বুলি ভবা নাছিলো।
তেওঁৰ লগত কেইমিনিট মান কথা পাতিলো। মাজুলীৰ ৰাসৰ অভিজ্ঞতাৰ বুজ ললো। তেওঁ আজি যোৰহাটতে থাকিম বুলি ক'লে। তেওঁৰ সহজ সৰল গুণতো ভাল লাগিল। তেওঁক লগপোৱাৰ চিনস্বৰুপে একে লগে ফটো উঠি তেওঁক বিদায় দিলো। কিছু দুৰলৈকে তেওঁক মন কৰিলো। অৱশেষত গড় আলিৰ ব্যস্ততাৰ মাজত সেই ৰঙীন শিল্পী জন লুকাপ পৰিল!
#NilimMahanta
3 years ago | [YT] | 7
View 0 replies
Rupjyoti Hazarika
Happy Diwali.
#Festive Lady.
Rongoli Art By # Trivenee Hazarika.
3 years ago | [YT] | 6
View 0 replies
Rupjyoti Hazarika
Black-hooded oriole
3 years ago | [YT] | 8
View 0 replies
Rupjyoti Hazarika
|| Hornbill || Jorhat || 2022 ||
Save Hornbill.
4 years ago | [YT] | 16
View 0 replies
Rupjyoti Hazarika
|| A Colony of Lesser adjutant stork ||
|| বৰটোকোলা চৰাই ||
|| যোৰহাট ||
4 years ago | [YT] | 19
View 0 replies
Rupjyoti Hazarika
Happy Diwali..2021
4 years ago | [YT] | 14
View 0 replies
Rupjyoti Hazarika
Sarala wetland.
Jorhat.
4 years ago | [YT] | 12
View 0 replies
Load more