নমস্কাৰ 🙏,
আপোনালোক সকলোৰে মৰম, বিশ্বাস আৰু সহায়ৰ বাবে আমি চিৰদিন কৃতজ্ঞ হৈ থাকিম।
শিক্ষা হৈছে মানৱ সমাজ জীৱনৰ এক অতি মূল্যৱান আৰু ঐশ্বৰিক অংগ। সেই শিক্ষাৰ পোহৰ সমাজৰ প্ৰতিটো কোণলৈ আগবঢ়াই নিবৰ লক্ষ্যৰে, আমি Class 12 AHSEC দ্বাৰা পৰিচালিত পৰীক্ষাসমূহ — HS, HSLC আৰু CEE ৰ বাবে সহায়ক আৰু গাইডলাইনমূলক শিক্ষামূলক ভিডিঅ’সমূহ প্ৰস্তুত কৰি আহিছোঁ।
ইয়াৰ উপৰিও, আমি Assam Board ৰ Class 1 ৰ পৰা Class 10 লৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে নিয়মিত পাঠদান আৰু বিষয়ভিত্তিক শিক্ষামূলক সামগ্ৰীও আগবঢ়াই আছোঁ, যাতে শিক্ষাৰ বুনিয়াদ মজবুত হয় আৰু ছাত্ৰ-ছাত্ৰীয়ে উজ্জ্বল ভৱিষ্যৎ গঢ়িব পাৰে।
আপোনালোকৰ সহায় আৰু আশীৰ্বাদে আমাক সদায় আগবঢ়াই নিয়ক — এইটোৱেই আমাৰ একান্ত কামনা।
ধন্যবাদসহ
We provide study materials and guidance for B.Pharm and Nursing entrance exams, along with full support for AHSEC exams (HS & HSLC) and teaching for Class 1–10 under Assam Board, helping students build a strong foundation and succeed.
📩 For Business Enquiry & Collaboration: rahmatali783125@gmail.com
I & Me Institution
যদি ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত নামভৰ্তি কৰিব বিচাৰে তেন্তে ইয়াত নামভৰ্তি লোৱাৰ আগতে পৰ্যালোচনাৰ ভিডিঅ'টো চাওক আৰু চেনেলটো লাইক চেয়াৰ আৰু চাবস্ক্ৰাইব কৰিব।
If want to take admission in Royal Global University watch the review video before taking admission here and please like share and subscribe the Channel. @RealityFactor like share আৰু subscribe কৰিব
1 year ago (edited) | [YT] | 1
View 0 replies
I & Me Institution
Hs2025 result কেনেকুৱা হল তোমালোকৰ , comment ত জনোৱা. 👈
1 year ago | [YT] | 7
View 2 replies
I & Me Institution
All the best students 😊
1 year ago | [YT] | 88
View 0 replies
I & Me Institution
Eid Mubarak 🎆
1 year ago | [YT] | 9
View 0 replies
I & Me Institution
Next physics ALL Imp topics আলোচনা কৰিম .
1 year ago | [YT] | 7
View 0 replies
I & Me Institution
next physics part2🙏
1 year ago | [YT] | 1
View 0 replies