Sivasagar Ahom Lora (মাইনা)

সপোনৰ দিশত আগবাঢ়ি যাব বিছাৰো
খেতি পথাৰ বাৰী শাক পাচলি লগতে কিছুমান নজনা
কথা জানিব পাৰিব মোৰ ভিদিঅবোৰত।লগতে মোৰ কবিতা কাহিনী সকলো চেনেল টো মাজত দেখা পাব
Sivasagar Ahom lora vlog #rels Any video


Sivasagar Ahom Lora (মাইনা)

আমি নতুন প্ৰজন্ম হয় ইছচা কৰিলে দেশ সলাব জানো মন গলে জলাব পাৰো।ঘেনটা কাকো খাতি নকৰো।জয় আই অসম জয় জুবিন দা ✍️✍️

1 month ago | [YT] | 27

Sivasagar Ahom Lora (মাইনা)

জুবিন দা অথাৎ ভগৱানক ভালপোৱা সকলে লাইক কমেনট কৰি সেৱা কৰি যাব।
জয় আই অসম ✍️
জয় জুবিন দা

1 month ago | [YT] | 52

Sivasagar Ahom Lora (মাইনা)

জয় জুবিন দা

1 month ago | [YT] | 29

Sivasagar Ahom Lora (মাইনা)

সকলোকে ফাকুৰ শুভেছা জনালো অনাগত দিনবোৰ যাতে সকলোৱে ৰঙ ধেমালি মাজেৰে পাৰ হয়।Happy Holi

2 months ago | [YT] | 15

Sivasagar Ahom Lora (মাইনা)

জুবিন দা সচা অনুৰাগী হয়‌ কমেনট কৰি দিব

2 months ago | [YT] | 34

Sivasagar Ahom Lora (মাইনা)

মোৰ জীৱনৰ আধৰুৱা ভালপোৱা কাহিনী ✍️

2 months ago | [YT] | 9