Hello বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে মোৰ channel লৈ স্বাগতম জনাইছো ৷ এই channel টোৰ জৰিয়তে বিভিন্ন শিক্ষামূলক video লাভ কৰিব পাৰিব ৷
১) ইংৰাজী শিকাৰ কৌশল
২) সদায় ব্যৱহাৰ হোৱা ইংৰাজী বাক্যবোৰ
৩) সাধাৰণ জ্ঞান GK (সকলো বিষয়ৰ ওপৰত )
৪) অসম আৰু ভাৰতৰ তথ্য
৫) বিভিন্ন দেশৰ তথ্য
৬) সাম্প্ৰতিক সময়ৰ GK
৭) motivation কাহিনী ( গল্প আকাৰত )
৮) আৰু লগতে জানিবলগীয়া বিভিন্ন video ৷
video বোৰ ভাল লাগিলে share , like, comments কৰিব ৷
channel টো subscribe কৰি লব যাতে সকলো video বোৰ পাই থাকে ৷
Please subscribe
#Assamses gk # assamese video#motivational story# information# education#learn english # assamese video #অসমীয়া #math # shorts #reels #viral #শিক্ষা
Cantract me for collabation
To grow together
whatsapp no - 7399251156
bhuban teaching zone
প্ৰশ্ন: ভীষ্মৰ পতনৰ পিছত কৌৰৱ সেনাৰ সেনাপতি কোন হৈছিল?
11 hours ago | [YT] | 37
View 0 replies
bhuban teaching zone
প্ৰশ্ন:দ্ৰোণাচাৰ্যৰ পতনৰ পিছত কৌৰৱ সেনাৰ সেনাপতি কোন হৈছিল?
1 day ago | [YT] | 64
View 1 reply
bhuban teaching zone
প্ৰশ্ন: ইন্দ্ৰই কৰ্ণৰ পৰা কবচ-কুণ্ডল লৈ বিনিময়ত কি দিছিল?
2 days ago | [YT] | 87
View 2 replies
bhuban teaching zone
প্ৰশ্ন: পাণ্ডৱসকলৰ অজ্ঞাতবাসত দ্ৰৌপদীয়ে কি নাম লৈছিল?
3 days ago | [YT] | 91
View 2 replies
bhuban teaching zone
প্ৰশ্ন: মহাভাৰতৰ যুদ্ধৰ পিছত হস্তিনাপুৰৰ সিংহাসনত কোন বহিছিল?
4 days ago | [YT] | 104
View 1 reply
bhuban teaching zone
প্ৰশ্ন: কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে শ্ৰীকৃষ্ণই অৰ্জুনক কি উপদেশ দিছিল?
5 days ago | [YT] | 141
View 1 reply
bhuban teaching zone
প্ৰশ্ন: পাণ্ডৱসকলৰ ভিতৰত কোনজন জ্যোতিষশাস্ত্ৰত পাৰদৰ্শী বুলি পৰিচিত?
1 week ago | [YT] | 146
View 5 replies
bhuban teaching zone
প্ৰশ্ন: কুৰুক্ষেত্ৰ যুদ্ধত ভীষ্মৰ পতনৰ বাবে কোনজন বিশেষভাৱে জড়িত আছিল?
1 week ago | [YT] | 128
View 4 replies
bhuban teaching zone
প্ৰশ্ন: ধৃষ্টদ্যুম্ন কাৰ ভাতৃ আছিল?
1 week ago | [YT] | 105
View 3 replies
bhuban teaching zone
প্ৰশ্ন: দ্ৰৌপদীক অপমান কৰাৰ সময়ত তেওঁৰ বস্ত্ৰহৰণৰ চেষ্টা কোনে কৰিছিল?
1 week ago | [YT] | 137
View 5 replies
Load more