Information | Education | Online Earning | Ads Expert Ect
এই চেনেল টো আপোনালোকৰ সহায়ৰ বাবে। শুদ্ধ তথ্য আৰু সেৱা আগবঢ়োৱা মোৰ লক্ষ্য।
ইয়াত আপোনালোকে আপডেট পাব -
Govt job Related updates, Govt Sheme related update, Technical support, Business Guide, ARTPS Guide, Online Earning, Blogging Technics and many more.....
If you run Digital Ads for your Business Growth Please Contact us:
Business Email: arunudoy.axom@gmail.com
WhatsApp only: 8486xxxxx
Arunudoy Axom
অভিনন্দন সকলোলৈ
3 weeks ago | [YT] | 8
View 0 replies
Arunudoy Axom
অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা, প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান বাপতি-সাহোন ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ এই শুভক্ষণত আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালৰ সকলোলৈ হিয়াভৰা ওলগ আৰু অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰঙালীৰ ৰঙেৰে টনকিয়াল হওঁক সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী। সুখ, শান্তি, সমৃদ্ধি, হাঁহি, আনন্দৰে উপচি ৰঙীন হৈ পৰক সকলোৰে মন প্ৰাণ, সকলোৰে জীৱন।
8 months ago | [YT] | 19
View 2 replies
Arunudoy Axom
যোৱা নৱেম্বৰ 27ৰ পৰা Hospital ত আছোঁ, সেই বাবে Mission Basundhara Releted একো video দিব নাই পৰা।
প্ৰাৰ্থনা কৰিব যাতে মোৰ মাতৃ গৰাকী সোনকালে সুস্থ হয়।
1 year ago | [YT] | 66
View 14 replies
Arunudoy Axom
Arunudoy 3.0 Important Update
www.facebook.com/share/15gKLXZjie/
1 year ago (edited) | [YT] | 13
View 2 replies
Arunudoy Axom
আপোনালোকৰ সহায়ৰ বাবে video বিলাক সাজু কৰি আছোঁ।।। Apply কৰোঁতে সাৱধান হব। আভ্যন্তৰীণ কথা বিলাক নজনাকৈ YouTube video চাই apply নকৰিব।
1 year ago | [YT] | 112
View 43 replies
Arunudoy Axom
CMAAA 2.0 আৱেদনৰ VIDEO কাইলৈ দিম।। আগতে APPLY কৰি নোপোৱা সকলে কি কৰিব লাগিব তাকো জনাম।
#cmaaa2.0
1 year ago (edited) | [YT] | 40
View 8 replies
Arunudoy Axom
ADRE 2.0 ৰ বাবে আইনী প্ৰক্ৰিয়া।
1 year ago | [YT] | 3
View 0 replies
Arunudoy Axom
CMAAA 2nd Phase Interview Update Dibrugarh
1 year ago | [YT] | 43
View 6 replies
Arunudoy Axom
জৰুৰী নহয় PRC Permanent Residence Certificate। Public Notice 2024
1 year ago | [YT] | 25
View 1 reply
Arunudoy Axom
অৰুণোদয় অসম
1 year ago | [YT] | 38
View 8 replies
Load more