I am Hiramani Sarma, PGT chemistry (12+ years experienced), M.Sc with B.Ed from Gauhati University.
WhatsApp - 8720979548

In this channel, students of class 11 and 12 will get classes and notes of the whole syllabus of chemistry . The classes will be both for CBSE and ASSEB board exam.
It will be also helpful for their JEE , NEET and other entrance examinations. I also offer online coaching for chemistry.
Guwahati - 781008.

Subcribe, Share and Support

For any query DM me- hschemophilic@gmail.com


HS CHEMOPHILIC

Join now- 8720979548

3 hours ago | [YT] | 0

HS CHEMOPHILIC

Class 11 nd 12 chemistry online classes with premium handwritten notes.. contact - 8720979548

1 day ago | [YT] | 0

HS CHEMOPHILIC

Contact Hiramani Ma'am - 8720979548

5 days ago | [YT] | 4

HS CHEMOPHILIC

তোমালোকৰ বাবে এখন perfect Timetable বনাইছোঁ। যদি লাগে comment কৰা 👇

1 week ago | [YT] | 4

HS CHEMOPHILIC

Class 11 nd 12, chemistry যদি এতিয়াও আৰম্ভ কৰিব বিচৰা প্ৰথমৰ পৰাই, তেন্তে যোগাযোগ কৰা - 8720979548

1 week ago | [YT] | 0

HS CHEMOPHILIC

কিছুমান মানুহৰ তেজতেই ঋণাত্মকতা থাকে। কেনেকৈ কাক তললৈ নমাই আনিব পাৰি, তাকেই চিন্তা। তাতে আৰু যদি কোনোবা মহিলা আগুৱাই যোৱা দেখে, তেন্তে যেন তেখেতসকলৰ পুৰুষত্বত আঘাত হে লাগিল। মই যে ইমান কম টকাত ৰসায়ন বিজ্ঞান পঢ়াও, সেয়াও যেন একপ্ৰকাৰ ভুল হে কৰিছোঁ কিছুমান মানুহৰ মতে। এই পৃথিৱীত কিছুদিনৰ বাবে আহিছোঁ সকলোৱেই। থকা দিনকেইটাত মানুহৰ বাবে অলপ ভাল চিন্তা কৰিব নোৱাৰো নে আমি? আনক নিৰুৎসাহিত নকৰি অলপ প্ৰেৰণা দিব নোৱাৰি নে? কেবলমাত্ৰ মই আৰু মোৰ বুলি নাভাবি , আমি হিচাপে আগুৱাই যাব নোৱাৰি নে?

1 week ago | [YT] | 3

HS CHEMOPHILIC

https://youtu.be/eZrWst48hwk
Half Yearly বাবে গুৰুত্বপূৰ্ণ

2 weeks ago | [YT] | 2

HS CHEMOPHILIC

ৰসায়ন বিজ্ঞান সহজকৈ বুজিবলৈ যোগাযোগ কৰা 8720979548

2 weeks ago | [YT] | 2

HS CHEMOPHILIC

4 weeks ago | [YT] | 4