Hi everyone ...
Welcome to my youtube channel ..!!
I m Supriya Barooah . I'm an Assamese girl from Guwahati Assam .. I make videos related to cooking , lifestyle, makeup fashion etc ..

Any business related queries contact me at


supriyabarooah8@gmail.com



Love
Supriya (jeeyaa)


Fb www.facebook.com/supriya.barooah

Instagram

www.instagram.com/reel/CRE9oQClifI/?utm_medium=cop…


Supriya Barooah

আমাৰ সৰু সংসাৰ খন!!!💝💝💝

1 month ago | [YT] | 63

Supriya Barooah

youtube.com/@assamtanayalive?si=HoPIjHk-GtyBnx6E






এই channel টো চাব চোন বহুত informative videos আগবঢ়াই....
https://youtu.be/5FvX7Oa1U0Q?si=M7kBY...

Link টো ক্লিক কৰি চাব🙏🏻

1 year ago | [YT] | 4

Supriya Barooah

সকলোৰে মৰম আৰু শুভকামনাৰ বাবে বহুত ধন্যবাদ। নতুন মাক সেই বাবে সকলোকে উত্তৰ দিব পৰা নাই ক্ষমা কৰিব। ৰাতি শুব নাপাওঁ আৰু দিনত তাৰ লগতে আৰু কামতেই যায় সেইবাবে vlog দিবও পৰা নাই, অতি সোনকালেই আহিম আকৌ,আশীৰ্বাদ কৰিব যাতে আন একো নহ'লেও ভাল চৰিত্ৰৰ অধিকাৰী হয় , কেতিয়াও কাকো অন্তৰত আঘাত নিদিয়ে তাকেই ঈশ্বৰৰ পৰা বিচাৰোঁ 🙏🙏

2 years ago (edited) | [YT] | 558

Supriya Barooah

সখীয়নীৰ YouTube channel,

‪@deepshikhavlogs1208‬

2 years ago | [YT] | 350

Supriya Barooah

সখিয়নি ৰ YouTube channel


Vlog টো চাব আৰু subscribe কৰিব বুলি আশা ৰাখিলোঁ 🙏


‪@deepshikhavlogs1208‬

https://youtu.be/SfZhup9r93A?si=WqbOX...

2 years ago | [YT] | 154

Supriya Barooah

ৰাজ্যিক বঁটা পোৱা অমিতৰ অভিনিত পৰিচয় চিনেমা খন আজি পোন প্ৰথমবাৰৰ বাবে উপভোগ কৰিব পাৰিব আজি নিশা ৰং চেনেল ত 8pm ত

2 years ago | [YT] | 261

Supriya Barooah

প্ৰতিটো মূহুৰ্ত উপভোগ কৰিছো ❤️...!!
বৰ ভাল লগা সময় এই খিনি..
তোমাৰ আবদাৰ আৰু গুৰুত্বই তুমি যে ওচৰত নাই সেয়া মোক তুমি অনুভৱ হব দিয়া নাই ❤️..!!!‪@amitkumarborah9184‬

2 years ago (edited) | [YT] | 597

Supriya Barooah

জন্ম দিনৰ শুভকামনা বা, সকলোৱে আশীৰ্বাদ কৰিব মোৰ বা ক ❤️❤️🎂🎂

2 years ago | [YT] | 385

Supriya Barooah

জন্ম দিনৰ বহুত শুভকামনা তোমালৈ!
এই বছৰ 2022 টো খুব বেয়া গ'ল আমাৰ , আগন্তুক বছৰটো যাতে সুখৰ হওঁক আমাৰ তাৰে কামনা । Birthday বুলি টো আজি একো কৰাৰ স্থিতি নাই আমাৰ আজি তথাপিও অকল মৰমৰ ৰ মাজতে দিনতো সজালো। সদাই এনেদৰে মোৰ ছায়া হৈ থাকিবা। ভগৱানে ভালে ৰাখক আৰু মনৰ ইচ্ছা বোৰ পূৰণ হওঁক তোমাৰ। Love you 💕💕

3 years ago | [YT] | 1,155