This channel is about learning, knowledge and education.
We want to impart facts and informations in a way that learning never be boring and monotonous.
Learning can be fun too.
So, let's learn and grow together.


The Words

11 months ago | [YT] | 2

The Words

গোপ্যঃ কামাদ্ভয়াৎ কংসো
দ্বেষাচ্চৈদ্যাদয়ো নৃপাঃ।
সম্বন্ধাদ্ বৃষ্ণয়ঃ স্নেহাদ্
যূয়ং ভক্ত্যা বয়ং বিভো।।
ভাঃ ৭/১ /৩০ ।
গোপীয়ে কামনাৰে, কংসই ভয়েৰে , শিশুপালে বিদ্বেষেৰে , যুধিষ্ঠিৰে স্নেহেৰে , যাদৱসকলে সমন্ধৰে আৰু নাৰদাদি মুনিসকলে ভক্তিৰ মাধ্যমেৰে ভগৱত গতি লাভ কৰিছে। এনেজন ভাৱগ্ৰাহি ভগৱানৰ জন্ম তিথিত সহস্ৰাধিক নমণৰ লগতে ভক্তি অর্ঘ্য নিবেদন কৰিছো।

1 year ago | [YT] | 2

The Words

আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ ভাল পাইছে নে?

1 year ago | [YT] | 0