নমস্কাৰ! মই এই চেনেলটোৰ জড়িয়তে ,আগন্তুক অসম চৰকাৰৰ চাকৰি বাবে সহায়ক হোৱাকৈ সাধাৰণ জ্ঞানৰ ওপৰত ,ভিডিঅ' জড়িয়তে আলোচনা কৰিছো । মোৰ ভিডিঅ' দ্বাৰা যদি উপকৃত হোৱা, অনুগ্ৰহ কৰি মোৰ এই চেনেলটোৰ subscribe কৰি লবা । ধন্যবাদ


Pranjal Tech

2 years ago | [YT] | 4

Pranjal Tech

2 years ago | [YT] | 4

Pranjal Tech

আজি প্ৰশ্ন --Q. কিমান চনত মনিৰাম দেৱানক
ইংৰাজে ফাঁচি দিছিল?


(ক) ১৯৫৮ চনত (খ) ১৮৫৮ চনত

(গ) ১৭৫৮ চনত (গ) ১৮২৬ চনত

উওৰ -> ?

2 years ago | [YT] | 3

Pranjal Tech

আজি প্ৰশ্ন ---1.প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি?


(ক)অবুজ বেদনা

(খ) জীৱন সুৰভি

(গ) চিকমিক বিজুলী

2 years ago | [YT] | 4

Pranjal Tech

ASSAM Police

2 years ago | [YT] | 2

Pranjal Tech

সাধাৰণ জ্ঞানৰ

2 years ago | [YT] | 2

Pranjal Tech

Q .আজি প্ৰশ্ন - প্ৰখ্যাত মিনাক্ষী মন্দিৰ ক'ত অৱস্থিত?

(ক) মথুৰা (খ) মাদুৰাই

(গ) মুম্বাই (ঘ)বাংগালুৰু

2 years ago | [YT] | 4

Pranjal Tech

Q. আজি প্ৰশ্ন --প্ৰখ্যাত মিনাক্ষী মন্দিৰ ক'ত অৱস্থিত?

(ক) মথুৰা

(খ) মাদুৰাই

(গ) মুম্বাই

(ঘ) কলকাতা।

2 years ago | [YT] | 1