Hi guys, welcome to my channel The Axomia Lora. This channel is all about Tech Travel and Information. So do like comment share and subscribe this channel.
নমস্কাৰ বন্ধুসকল। সকলোকে চেনেলটোলৈ স্বাগতম জনাইছো। প্ৰযুক্তি, ভ্ৰমণ আৰু তথ্য এইকেইটা বিষয়ৰ ওপৰত এই চেনেলটোত ভিডিঅ দিয়া হয়।
অনুগ্ৰহ কৰি চেনেলটো Like, Subscribe আৰু share কৰে যেন।


The Axomiya Lora

Guyz I need a help from you and I know you'll definitely help me. Exactly I am creating a new Youtube Channel in Hindi. " I am from Assam " is the name of the channel.
Now I request you to please subscribe the channel also. Below is the link
youtube.com/@iamfromassam1256?si=nIVz815oJxq0ln1G

2 years ago | [YT] | 2

The Axomiya Lora

এইটো video চালেনে আপোনালোকে?
https://youtu.be/WekycmThFms

3 years ago | [YT] | 3

The Axomiya Lora

Did you watch this amazing video on my 2nd Channel
Click here
https://youtu.be/MX0XETiD6kc

4 years ago | [YT] | 8

The Axomiya Lora

Oh yes. I can also play 🎸.
Happy Durga Puja

4 years ago | [YT] | 11

The Axomiya Lora

বহুত দিন video দিব পৰা নাছিলো। এৰিব নোৱাৰা কামৰ বাবে video edit কৰিব পৰা নাছিলো । কাইলৈ 9 বজাৰ আগত এটা নতুন vlog দিম। আশা কৰো ভাল পাব চাই আৰু এটা কথা এইকেইদিন ঘৰতেই থাকক safe থাকক।

5 years ago (edited) | [YT] | 7

The Axomiya Lora

আপোনালোকে এইটো video চালে নে নাই? বৰ্তমান সময়ত vaccination centre ত appointment একেবাৰেই খালী নথকা হৈছে। গতিকে video টোত দেখুওৱা মতে কৰিলে আপোনালোকে vaccine ৰ কাৰণে appointment লব পাৰিব। লিংক তলত দিয়া আছে
https://youtu.be/Sqm2mfgdL2k

5 years ago | [YT] | 11

The Axomiya Lora

চাওঁতে চাওঁতে বিয়াৰ দুটা বছৰ আজি অতিক্ৰম কৰিলো। গমেই নাপালো কেনেকৈনো ইমান সোনকালে বছৰবোৰ পাৰ হ'ল। Video টোৰ বাবে তলৰ লিংকটো ক্লিক কৰক
https://youtu.be/NwPwzBABDwg

5 years ago | [YT] | 18

The Axomiya Lora

আপোনালোকে এইটো video চালেনে?⬇️⬇️
https://youtu.be/W7LW68OAbis

5 years ago | [YT] | 6

The Axomiya Lora

Next vlog is going to be release on tomorrow.
Let me know your favourite time to watch the video

5 years ago | [YT] | 8