Rishika D Rajkhowa

নমস্কাৰ
মই ধেমাজী বোৱাৰী❤️❤️

মোক আগবাঢ়ি যোৱাত সহায় কৰিব❤️ 🙏 আপোনাৰ লোকৰ মৰম মোক খোবে poujon ❤️ 🙏❤️


Rishika D Rajkhowa

সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো । ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ , তাৰেই আন্তৰিক কামনাৰে 😘❤️🙏🏻

3 years ago (edited) | [YT] | 23

Rishika D Rajkhowa

কেনেকুৱা হৈছে জনাব দেই 🙏🏻

3 years ago | [YT] | 18

Rishika D Rajkhowa

নতুন video দিলোঁ সকলোৱে চাব sun please 🙏🏻

3 years ago | [YT] | 2

Rishika D Rajkhowa

কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে ❤️😘 শেহতীয়া কে সকলোকে ইংৰাজী নববৰ্ষৰ শুভেচ্ছা জাচিলো 🙏🏻 সকলোৱে ভালে থাকক 🙏🏻 গা বেয়া বাবে ভিদেও দিব পৰা নাই 🥺 জলদি ভিডেও দিবলে চেষ্টা কৰিম ❤️😘

4 years ago | [YT] | 41

Rishika D Rajkhowa

https://youtu.be/5AAGSwUUrcI

অলপ আগত দিছোঁ video টো সকলোৱে চাব দেই 🙏🏻
আৰু কেনেকুৱা হল কব নাপাহৰিব 🙏🏻❤️

https://youtu.be/5AAGSwUUrcI

4 years ago | [YT] | 40

Rishika D Rajkhowa

https://youtu.be/_Pn0PPoTf2c

নতুন কে দিয়া video টো আপোনালোকে চালেনে যদি নাই চোৱা লিংক টো ক্লিক কৰি এবাৰ চাই লব আৰু কেনেকুৱা হৈছে জনাব 🙏🏻 please

https://youtu.be/_Pn0PPoTf2c

4 years ago | [YT] | 41

Rishika D Rajkhowa

Ki khbr apunar lukr mur New video tu sale ne? https://youtu.be/sLd-UD8fwhM

4 years ago | [YT] | 39